Tag: protest

Browse our exclusive articles!

বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ…

বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ ৷ অন্তঃগাঁথনি আৰু শিক্ষকৰ অভাৱৰ বাবে প্ৰতিবাদ শিক্ষাৰ্থীৰ ৷ ২০ দিন ধৰি একাডেমিক ব্লকত ব্যাহত বিদ্যুৎ...

নগৰবেৰাত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত গঞাৰ সাহায্য বিচাৰি প্ৰতিবাদ…

ধুমুহা-শিলাবৃষ্টিয়ে নিমিষতে তচনচ কৰিলে কামৰূপৰ নগৰবেৰাৰ এখন গাঁও। প্ৰায় ২০০ পৰিয়াল গৃহহাৰা। উপায়বিহীন গঞাই ৰাজপথলৈ ওলাই আহি সাহায্য বিচাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। যোৱা ৰবিবাৰে...

‘ কা’ ৰ প্ৰতিলিপি দাহেৰে মৰিয়নিত আটছাৰ উত্তাল প্ৰতিবাদ…

' কা' ৰ প্ৰতিলিপি দাহেৰে মৰিয়নিত আটছাৰ উত্তাল প্ৰতিবাদ, কাটনীবাৰিৰ সমিপত যোৰহাট মৰিয়নি পথত শতাধীক আটছাৰ কৰ্মকৰ্তাই জ্বলালে কা'ৰ প্ৰতিলিপ। মৰিয়নিত জ্বলিল 'কা' আইনৰ...

চাপৰ ৰেল ষ্টেচনত পুনৰ আন্দোলনৰ কাৰ্যসূচী…

চাপৰ ৰেল ষ্টেচনত পুনৰ আন্দোলনৰ কাৰ্যসূচী। চাপৰ ৰেল যাত্ৰী সন্থাৰ উদ্যোগত যাত্ৰীবাহী ৰেল ৰখাৰ দাবীত এই প্ৰতিবাদ। তিনিদফীয়া দাবী সন্মিলিত স্মাৰক পত্ৰ প্ৰেৰণ, ৰেল বিভাগ, ৰেল...

মৰিয়নীৰ চেলেংহাটত No water no vote শ্লোগানেৰে আটচাৰ উত্তাল প্ৰতিবাদ…

মৰিয়নীৰ চেলেংহাটত No water no vote শ্লোগানেৰে আটচাৰ উত্তাল প্ৰতিবাদ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে। মৰিয়নিৰ ছখন গাঁও পঞ্চায়ত আৰু তেত্ৰিছ খন গাঁওৰ ৰাইজক এটুপি...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img