Tag: protest

Browse our exclusive articles!

হিট এণ্ড ৰান বিৰুদ্ধে চালক সন্থাৰ তীব্ৰ প্ৰতিবাদ…

হিট এণ্ড ৰান বিৰুদ্ধে চালক সন্থাৰ তীব্ৰ প্ৰতিবাদ । কালা আইন উঠাই লওক , বিজেপি চৰকাৰ হাটাও ,ড্ৰাইভাৰ বাচাও শ্লোগানেৰে উত্তাল কৰি তুলে চালক...

ৰাজ পথত মৃতদেহ লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী !উত্তপ্ত মায়ঙৰ ঝাৰগাওঁ বজাৰ…

যোৱা কালি আবেলি মায়ঙৰ ঝাৰগাওঁ বজাৰত সংগঠিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা।কেই গৰাকী উদ্বণ্ড যুৱকৰ প্ৰহাৰত মৃত্যু হৈছিল সূৰ্য্য লাল দাস নামৰ এজন দোকানীৰ। ...

চিমেন নদীত অবৈধ শিল-বালি খননকাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী…

অসম অৰুণাচল সীমান্তত চিমেন নদীত অবৈধভাৱে শিল,বালি খনন কৰি চিমেন নদীৰ নামনি অংশত থকা ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি কঢ়িয়াই অনাৰ আশংকা ব্যক্ত কৰি...

মিছামাৰী আৰক্ষী থানাত স্কুলীয়া ছাত্ৰীৰ ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ দাবীত আছা-আটছাৰ তীব্ৰ প্ৰতিবাদ…

মিছামাৰী আৰক্ষীথানাত সাত বছৰীয়া স্কুলীয়া ছাত্ৰীৰ ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত আছা-আটছাৰ তীব্ৰ প্ৰতিবাদ মিছামাৰীৰ কেন্দ্ৰীয় বিদ্যালয়ত কন্যা শিশু ধৰ্ষণ কৰা ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ প্ৰদানৰ দাবীত আজি...

যোগীঘোপাত চৰকাৰী বিদ্যালয়ৰ শিক্ষকক স্কুটি প্ৰদান কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ…

চৰকাৰে শিক্ষকক স্কুটি দিব, যোগীঘোপাত প্ৰতিবাদ । যোগীঘোপাত বিজেপি চৰকাৰৰ বিৰুদ্ধে একাংশ যুৱকৰ প্ৰতিবাদ । চৰকাৰী বিদ্যালয়ৰ শিক্ষকক স্কুটি প্ৰদান কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img