Tag: protest

Browse our exclusive articles!

দেশৰ ৰাজধানী দিল্লীৰ টিকৰী সীমান্তৰ পৰা পুনৰবাৰ কৃষকৰ প্ৰতিবাদ…

কৃষকৰ প্ৰতিবাদঃ দেশৰ ৰাজধানী দিল্লীৰ টিকৰী সীমান্তৰ পৰা পুনৰবাৰ চিঞৰ বাখৰ কৃষকে। শনিবাৰে (১০ ডিচেম্বৰ) টিকৰি সীমান্তৰ পৰাও কৃষকসকলে এক বৃহৎ ঘোষণা কৰিছে। এম...

আমেৰিকাৰ বাতৰি কাকত নিউয়ৰ্ক টাইমছৰ কৰ্মচাৰীসকলে দৰমহা বৃদ্ধি আৰু বিভিন্ন সুবিধাৰ দাবীত ২৪ ঘণ্টীয়া ৱাকআউট কাৰ্যসূচী ঘোষণা…

আমেৰিকাৰ বাতৰি কাকত নিউয়ৰ্ক টাইমছৰ কৰ্মচাৰীসকলে দৰমহা বৃদ্ধি আৰু বিভিন্ন সুবিধাৰ দাবীত ২৪ ঘণ্টীয়া ৱাকআউট কাৰ্যসূচী ঘোষণা কৰিছে। স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ...

ইন্দোৰৰ চৰকাৰী নতুন আইন মহাবিদ্যালয়ৰ লেখক ড০ ফাৰহাট খানৰ আন এখন বিতৰ্কিত গ্ৰন্থৰ বিৰুদ্ধে প্ৰতিবাদ…

ইন্দোৰৰ চৰকাৰী নতুন আইন মহাবিদ্যালয়ৰ বিতৰ্কিত গ্ৰন্থখনৰ গোচৰটো এতিয়াও ঠাণ্ডা হোৱা নাছিল যে পুথিভঁৰালত লেখকৰ আন এখন কিতাপ পোৱা গৈছিল। হিন্দু ধৰ্মৰ ওপৰত সীমাহীন...

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰত নামদাঙৰ স্থানীয় বাসিন্দাসকলে নামদাঙৰ খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰাৰ বিৰুদ্ধে ডিব্ৰুগড় উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত…

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰত নামদাঙৰ স্থানীয় বাসিন্দাসকলে সোমবাৰে নামদাঙৰ খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰাৰ বিৰুদ্ধে ডিব্ৰুগড় উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে।কৃষক মুক্তিৰ লেঙেৰী আঞ্চলিকৰ...

কেমেৰাৰ সন্মুখতে আঁতৰাই দিলে হিজাব, সকলো কাপোৰ খুলি ক’লে- ‘মোৰ শৰীৰ মোৰ পছন্দ’…

প্ৰথমে কেমেৰাৰ সন্মুখত হিজাব আঁতৰাই দিলে, তাৰ পিছত সকলো কাপোৰ খুলি ক’লে- ‘মোৰ শৰীৰ মোৰ পছন্দ’। দেশৰ অন্যতম বিখ্যাত ৱেবছিৰিজ ‘ছেক্ৰেড গেমছ’ৰ অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img