Tag: protest

Browse our exclusive articles!

শ্ৰমিক আৰু জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত নাজিৰাত অৱস্থান ধৰ্মঘট

ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে আহ্বান জনোৱা দেশজোৰা সাধাৰণ ধৰ্মঘট নাজিৰাতো এ আই টি ইউ চি অন্তৰ্গত ভালেকেইখন ইউনিয়নৰ কৰ্মকৰ্তাই পালন কৰে ৷ শ্ৰমিকসকলে...

চৰকাৰৰ বিৰোধী শ্ল’গানেৰে মহানগৰীত উত্তাল প্ৰতিবাদ

চৰকাৰৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ মহানগৰীত । গুৱাহাটী ক্লাৱত CITU ৰ প্ৰতিবাদ । বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন...

অসমৰ আদিবাসী সকলক জনজাতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী

অসমৰ আদিবাসী সকলক জনজাতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত আজি বাক্সাৰ মুছলপুৰত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুছলপুৰ দূৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত...

Popular

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

BSNL Cheapest Plans: বিএছএনএলৰ অকল্পনীয় প্লেন; মাত্ৰ ১২৬ টকাৰ ৰিচাৰ্জত ফ্ৰী কলিং আৰু ডাটাৰে বছৰটো চলিব আপোনাৰ ফোন

এই প্লেনৰ অধীনত গ্ৰাহকে দৈনিক ২ জিবি ডাটা লাভ কৰে। অৰ্থাৎ গোটেই বছৰটোত গ্ৰাহকে মুঠ ৭২০ জিবি ইণ্টাৰনেট ডাটা লাভ কৰিব(BSNL Cheapest Plans)। তাৰোপৰি এই প্লেনত প্ৰতিদিনে আনলিমিটেড ভইচ কলিং আৰু ১০০টা বিনামূলীয়া এছএমএছ সেৱা উপলব্ধ।

Subscribe

spot_imgspot_img