Breaking

Browsing Tag

Rajya Sabha

ৰাজ্যসভাত শুকুৰবাৰে নামাজৰ বাবে দিয়া ৩০ মিনিটৰ বিৰতিৰ পৰিসমাপ্তি

ৰাজ্যসভাত শুকুৰবাৰে নামাজৰ বাবে দিয়া অতিৰিক্ত ৩০ মিনিটৰ বিৰতি আঁতৰাই দিলে জগদীপ ধনখড়ে।নিয়ম সলনি কৰিলে।এতিয়াৰে পৰা নামাজৰ বাবে ৩০ মিনিটৰ বিৰতি সমাপ্ত।উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সলনি কৰিলে ৰাজ্যসভাৰ প্ৰচলিত এই নিয়ম।
Read More...