Tag: Ranbir Kapoor

Browse our exclusive articles!

ৰণবীৰ কাপুৰ-আলিয়া ভাটৰ মাজত হ’ব সংঘৰ্ষ, জয়ী হ’ব কাৰ ছবি?

একেদিনাই মুক্তি পাব ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ আগন্তুক ছবি। ২০২৩ চনৰ একেদিনাই মুক্তিৰ সৈতে সংঘৰ্ষ হ’ব আলিয়াৰ হাৰ্ট অফ ষ্টোন আৰু ৰণবীৰৰ এনিমেল।...

ফুটবল দলক উৎসাহিত কৰা দেখা গ’ল ৰণবীৰ-আলিয়াই! ষ্টেডিয়ামত এইদৰে দেখা গ’ল দম্পতীহালক

ছুপাৰষ্টাৰ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট ষ্টেডিয়ামত নিজৰ ফুটবল দল মুম্বাই এফ চিক উৎসাহিত কৰিবলৈ গভীৰ নিশা উপস্থিত হয়। এই উপলক্ষে বহু ফটো আৰু...

ফুটবল দলক উৎসাহিত কৰা দেখা গ’ল ৰণবীৰ-আলিয়াই! ষ্টেডিয়ামত এইদৰে দেখা গ’ল দম্পতীহালক

ৰণবীৰ কাপুৰ-আলিয়া ভাটক ফুটবল দলক উৎসাহিত কৰা দেখা গ’ল, ষ্টেডিয়ামত এইদৰে দেখা গ'ল দম্পতীহালক। ষ্টেডিয়ামত নিজৰ ফুটবল দল মুম্বাই এফ চিক উৎসাহিত কৰিবলৈ গভীৰ...

হলিউডত প্ৰৱেশ কৰিবলৈ গৈ আছে নেকি ৰণবীৰ কাপুৰ… ?

ৰণবীৰ কাপুৰক লৈ এটা ডাঙৰ খবৰ ওলাইছে, য’ত জানিব পৰা গৈছে যে তেওঁ হলিউডৰ ছবি কৰিবলৈ ওলাইছে। বলীউডৰ শ্ৰেষ্ঠ অভিনেতাৰ তালিকাত অন্তৰ্ভুক্ত ৰণবীৰ কাপুৰ। অভিনেতাগৰাকীৰ...

আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰ কেতিয়া পিতৃ-মাতৃ হ’ব? তাৰিখ প্ৰকাশ কৰা হৈছে…

আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰ সোনকালেই অভিভাৱক হ'বলৈ গৈ আছে। অনুৰাগীসকলে দীৰ্ঘদিন ধৰি এই বাতৰিটো শুনিবলৈ ব্যাকুল হৈ আছে আৰু এতিয়া এই আলিয়া ভাটৰ...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img