Tag: RANGIA

Browse our exclusive articles!

কামৰূপ আৰক্ষী আৰু STF ৰ যুটীয়া অভিযানত জব্দ বৃহৎ পৰিমানৰ আফিং…

কামৰূপ আৰক্ষী আৰু STF ৰ যুটীয়া অভিযানত জব্দ বৃহৎ পৰিমানৰ আফিং নিশা আমিনগাাঁৱত এখন বলেৰো পিকআপ গাড়ীৰ গোপন চেম্বাৰত উদ্ধাৰ ৩৬ কেজি আফিং জব্দকৃত ড্ৰাগছখিনিৰ আন্তৰ্জাতিক...

আজি ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত প্ৰশিক্ষণ শিবিৰত “আদৰ্শ জনপ্ৰতিনিধি, কাৰ্যালয়, জনসংবাদ, ভ্ৰমণ আৰু সামাজিক মাধ্যম” ৰ ওপৰত বক্তব্য ৰাখে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ…

আজি ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰশিক্ষণ বিভাগৰ দ্বাৰা আয়োজিত পৌৰসভাৰ পাৰিষদ সকলৰ প্ৰশিক্ষণ শিবিৰত "আদৰ্শ জনপ্ৰতিনিধি, কাৰ্যালয়, জনসংবাদ, ভ্ৰমণ আৰু...

বিজয়া দশমীৰ দিনটোত ৰঙিয়াত বৰলীয়া নৈত মাছমৰীয়াৰ জালত বন্দী হোৱা দুস্প্ৰাপ্য কাছ এটিক উদ্ধাৰ কৰে বিপুল কলিতাই…

বিজয়া দশমীৰ দিনটোত সংবাদদাতা তথা সাৰথি শান্তি নিৱাসৰ সঞ্চালক প্রধান বিপুল কলিতাৰ প্ৰশসংনীয় পদক্ষেপ। ৰঙিয়াৰ পিতাম্বৰ হাট বজালীত বৰলীয়া নৈত মাছমৰীয়াৰ জালত বন্দী হোৱা...

ৰঙিয়াত আৰক্ষীৰ অভিযানত ৪ কেজি নিষিদ্ধ গাঞ্জা সহ নগদ দুই লাখ টকা জব্দ…

ৰঙিয়াত আৰক্ষীৰ অভিযানত ৪ কেজি নিষিদ্ধ গাঞ্জা সহ নগদ দুই লাখ টকা জব্দ । উদ্ধাৰ হোৱা আফিংখিনিৰ বজাৰ মূল্য ২৪ লাখ ৬০ হাজাৰ বুলি...

ৰঙিয়াত বৃহৎ পৰিমাণৰ আফিং জব্দ ! আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় ৪৫ লাখ টকা মূল্যৰ আফিং…

ৰঙিয়াত প্ৰায় ৪৫ লাখ টকা মূল্যৰ আফিং জব্দ ৰঙিয়াত বৃহৎ পৰিমাণৰ আফিং জব্দ ৰঙিয়া আৰক্ষীয়ে জব্দ কৰিছে ৯ কেজি ২০০ গ্ৰাম অফিং আফিং খিনিৰ বজাৰ মূল্য প্ৰায়...

Popular

Modi Xi Jinping Bilateral Meeting: ব্ৰিকছ সন্মিলনৰ আঁৰত বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে প্ৰথমখন ব্যক্তিগত আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী

Modi Xi Jinping Bilateral Meeting - ভাৰত আৰু চীনৰ কূটনৈতিক আৰু সামৰিক আলোচকসকলে বিগত কেইবা সপ্তাহ ধৰি বিভিন্ন মঞ্চত ঘনিষ্ঠ যোগাযোগ স্থাপন কৰি আহিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিছে ।

Bongaigaon By Election 2024: বঙাইগাঁৱত পূৰ্বতকৈ অধিক ভোট লাভ কৰিব প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে- সাংসদ ফণীভূষণ চৌধুৰী

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ (Bongaigaon By Election 2024) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Subscribe

spot_imgspot_img