Tag: RANGIA

Browse our exclusive articles!

সম্প্ৰসাৰণ হল গুৱাহাটী-শিলচৰ সংযোগী ৰেলগাড়ী খন ! সপ্তাহত তিনিদিনকৈ চলিব ৰঙিয়া জংচনৰ পৰা…

সুদীৰ্ঘ দিনৰ অপেক্ষাৰ অন্তত ১৫৬১১/১৫৬১২ নম্বৰ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্রাপথৰ সম্প্ৰসাৰণ কৰা হৈছে ৰঙিয়ালৈ । নতুন যাত্ৰা পথত চলিব লগীয়া ৰেলখনৰ সোমবাৰে ৰঙিয়া ষ্টেচনত...

ৰঙিয়াত বিধায়কৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ…

আজি সোমবাৰে ৰঙিয়া তুলিচিবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক বিনামুলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় । স্থানীয় বিধায়ক ভবেশ কলিতাৰ উদ্যোগ তথা কামৰূপ জিলা স্বাস্থ্য...

ৰঙিয়াৰ মাতৃ-কন্যা আত্মহননৰ ঘটনাক লৈ এতিয়াও চাঞ্চল্য অব্যহত…

ৰঙিয়াৰ মাতৃ-কন্যা আত্মহত্যা ঘটনাক লৈ এতিয়াও চাঞ্চল্য অব্যহত । দুদিন পূৰ্বে ৰঙিয়াৰ ঘৰৰ কোঠালিত উৱলী যোৱা অৱস্থাত উদ্ধাৰ হৈছিল মাতৃ কন্যাৰ মৃতদেহ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে...

ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা ! ৮ মহীয়া আন্তঃসত্তা মহিলাৰ চৰম সিদ্ধান্ত…

ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা । ৮ মহীয়া আন্তঃসত্তা মহিলাৰ আত্মহত্যাৰ ঘটনা । হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ । ৰঙিয়াৰ ডিমুৰ মহৰীয়া গাঁওত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা পতিৰ ঘৰত...

ৰঙিয়াত সমাজ লজ্জানত কৰা ঘটনা ! সম্পৰ্কীয় ককাকৰ কামনাৰ বলি হল এগৰাকী কিশোৰী…

ৰঙিয়াত সমাজ লজ্জানত কৰা ঘটনা। সম্পৰ্কীয় ককাকৰ কামনাৰ বলি হল এগৰাকী 14 বছৰীয়া কিশোৰী । ঘটনা অনুসৰি আজি দিনৰ ভাগত ঘৰত অকলে আছিল কিশোৰী গৰাকী । দেউতাক...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img