Tag: REGIONAL

Browse our exclusive articles!

শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি

শণিবাৰৰ পৰা হৰি নামৰ ধৰ্ব্বনিৰে মুখৰীত হৈ থকা  শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰত দুদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত অধিবেশনৰ আজি সফল...

বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিনামূলীয়া স্বাস্থ্য শিবিৰ

বৰপেটা জিলাৰ সকলো চৰকাৰী কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। সেই অনুসৰি আজি উপায়ুক্তৰ কাৰ্যালয়ৰ...

ভজা খাদ্য বাদ! এতিয়াৰে পৰা স্বাস্থ্য মন্ত্ৰালয়ৰ কেণ্টিনত কেৱল স্বাস্থ্যসন্মত খাদ্য

ভজা খাদ্যই স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈ অহাৰ সময়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই বুধবাৰে ঘোষণা কৰে যে এতিয়াৰ পৰা...

গড়মূৰত বিজেপি মিত্ৰদলৰ সাংগঠনিক সভা

মাজুলী বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি মিত্ৰদল অগপ আৰু গণশক্তিৰ কৰ্মী সকলক লৈ এখন সাংগঠনিক সভা গড়মূৰত অনুষ্ঠিত কৰা হয়। পুৱা...

বিশিষ্ট চিকিৎসক ডাঃ সুগন চন্দ্ৰ জৈনৰ দেহাৱসান

ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সুগন চন্দ্ৰ জৈন (৮৮)ৰ আজি শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি শাৰিৰীকভাৱে অসুস্থ হৈ থকা বিশিষ্ট চিকিৎসক...

Popular

Smart Meter: স্মাৰ্ট মিটাৰ সজাগতা অভিযান এপিডিচিএলৰ

এপিডিচিএল(APDCL) মিৰ্জা ইএছডিৰ উদ্যোগত(Smart Meter), উপ-সংমণ্ডল অভিযন্তা সিদ্ধাৰ্থ গোস্বামীৰ নেতৃত্বত সুমিত কুমাৰ সিনহা-চিইঅ’, জিইচি-২, ধনমণি ৰাজবংশী, এজিএম, মিৰ্জা বৈদ্যুতিক বিভাগৰ লগতে এডভান্সড মিটাৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ চাৰ্ভিচ প্ৰভাইডাৰ (এএমআইএছপি) দলটোৰ সহযোগত বৃহস্পতিবাৰে মিৰ্জাত স্মাৰ্ট মিটাৰৰ উপৰত গ্ৰাহকসকলৰ মাজত এক সজাগতা সভাৰ আয়োজন কৰা হয়।

Assam Book Fair: উৎসাহ-উদ্দীপনাৰে আৰম্ভ অসম গ্ৰন্থমেলা, যোৰহাট

উৎসাহ-উদ্দীপনাৰ মাজেৰে আজিৰে পৰা আৰম্ভ হ’ল দহ দিনীয়া অসম গ্ৰন্থমেলা, যোৰহাট(Assam Book Fair)৷ যোৰহাট(Jorhat) জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত এলানি বৰ্ণিল কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা গ্ৰন্থমেলাখন আজি বিয়লি ৩ বজাত উদ্বোধন কৰা হয়৷

Nalbari । বাঁহেৰে কোবাই দুইখন হাত ভাঙি দিলে বোৱাৰীক কিয় ?

(Nalbari) নলবাৰী জিলাৰ মুকালমুৱাৰ ৩ নং ভেলামাৰীত সংঘটিত হৈছে এক চাঞ্চলকৰ ঘটনা । অভিয়োগ অনুসৰি স্বামীৰ লগতে স্বামী গৃহৰ মানুহে বাঁহেৰে কোবাই দুইখন হাত ভাঙি দিয়ে বোৱাৰী ফৰিদা বেগমৰ । প্ৰায় ৫ বছৰ আগতে ৩ নং ভেলামাৰীৰ জেহেৰুল ইছলামৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ফৰিদা বেগমে ।

Breakfast: উচ্চ ৰক্তচাপ ৰোগীয়ে ব্ৰেকফাষ্ট কৰাৰ সঠিক সময় জানি লওক, নহ’লে বি পি বৃদ্ধি বাঢ়িব

দিনটোৰ প্ৰথম আহাৰ অৰ্থাৎ ৰাতিপুৱা ব্ৰেকফাষ্ট, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ ৰক্তচাপত পৰে। (Breakfast)

Subscribe

spot_imgspot_img