Tag: REGIONAL

Browse our exclusive articles!

এপাটৰ অৰ্থসাহাৰ্যত গুনগত মীনপোনা উৎপাদনৰ প্ৰশিক্ষণৰ শুভাৰম্ভ

ৰাজ্যখনৰ মীন উৎপাদনৰ অন্যতম উপাদান গুণগত মীনপোনা উৎপাদনৰ বাবে ' অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প ' ( এপাট ) ৰ সৌজন্যত  মীন...

গেলাবিল হাইস্কুলত ফ্ল’ৰ’ছিছৰ প্ৰতিৰোধ-নিয়ন্ত্ৰণৰ সজাগতা সভা

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ বিশেষ আয়োজনত জিলাখনৰ শিক্ষানুষ্ঠান সমূহত চলি আহিছে ফ্ল'ৰ'ছিছ ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ সন্দৰ্ভত বিশেষ সজাগতা সভা ।...

আৰ্থিক দৈন্যতাৰ বাবেই যেন থমকি ৰৈছে এজন যুৱ লেখকৰ কলম

টীয়ক সমষ্টিৰ অন্তৰ্গত কাকজান চাওঁখাত ভৰলুৱা অঞ্চলৰ  এজন যুৱ সম্ভাৱনাময় কবি তথা লেখক বুবুল শইকীয়া । এই যুৱ সম্ভাৱনাময় লেখক জন থমকি ৰ'ব লগা...

ওদালগুৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ কৰ্ম বিৰতি

২৯ জানুৱাৰী তাৰিখে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত আৰু সদৌ অসম ঠিকা ভিত্তিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী সৈতে হোৱা আলোচনা বিফল হোৱাৰ পিছতে...

যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী চিন্ময়ী বৰুৱাৰ নতুন গীতৰ শুভমুক্তি

যুৱ প্ৰজন্মৰ জনপ্ৰিয় এগৰাকী কণ্ঠশিল্পী চিন্ময়ী বৰুৱাৰ কণ্ঠত এটি নতুন গীত যোৱা শনিবাৰে শুভ মুক্তি লাভ কৰে ৷’ সুৰ ভৰা এটি গান ’শীৰ্ষক সুমধুৰ...

Popular

Vastu Tips: ঘৰত এই ৩টা বস্তু কেতিয়াও খালীকে নাৰাখিব, পৰিয়ালটো বিপদৰ সন্মুখীন হ’ব

বাস্তু শাস্ত্ৰত কোৱা হৈছে যে ঘৰত তিনিটা বস্তু আছে যিবোৰ ভুলতেও খালী ৰাখিব নালাগে। নহ'লে দৰিদ্ৰতাই ঘৰখন আগুৰি ধৰিব আৰু পৰিয়ালটোৱে বিপদৰ সন্মুখীন হ’ব।(Vastu Tips)

Susie Wiles: প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ইতিহাসত হোৱাইট হাউছৰ মুখ্য কৰ্মচাৰী হিচাপে নিযুক্তি মহিলাক

আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছত ট্ৰাম্পে এনে প্ৰথম নিযুক্তি দিছে, যিটো নিযুক্তিয়ে আমেৰিকাত ইতিহাস ৰচনা কৰিছে।(Susie Wiles)

Virat-Anushka Dosa Date: ডোছা ডেটত বিৰাট-অনুষ্কা, ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰ সৈতে হাঁহি হাঁহি ফটোৰ প’জ

শেহতীয়াকৈ অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত ডোছা খাবলৈ গৈছিল। এই সময়ত দম্পতীহালে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰ সৈতেও ফটো তুলিছিল।(Virat-Anushka Dosa Date)

Acidity Issues: ৰাতিপুৱা খালী পেটত নাখাব এইসমূহ বস্তু

কিছুমান বস্তু ৰাতিপুৱা খালে এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে। যদি পাচনতন্ত্ৰ সঠিকভাৱে কাম নকৰে তেন্তে গেছ, জ্বলা-পোৰা আৰু টেঙা টেঙা ভাৱ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।(Acidity Issues)

Subscribe

spot_imgspot_img