বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ৰাখালডুবিত যোৱা নিশা ম'হ কঢ়িয়াই অনা ট্ৰাক এখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত ট্ৰাকখনত থকা ১৫ টাকৈ ম'হৰ মৃত্যু হয় ৷ আনহাতে জীৱন্তে...
Majuli । সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে । অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি নতুন খলিহামাৰীৰ কাব্য কানন ভৱনত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত গীতে-মাতে ভাষা গৌৰৱ অনুষ্ঠান অনুষ্ঠিত হয়।