Tag: REGIONAL

Browse our exclusive articles!

বিহালী মহাবিদ্যালয় শিক্ষক গোটৰ প্ৰশংসনীয় পদক্ষেপ

বিহালীৰ উচ্চ শিক্ষানুষ্ঠান 'বিহালী  মহাবিদ্যালয়ৰ শিক্ষক গোটে বিভিন্ন সময়ত দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অন্ন-বস্ত্ৰ প্ৰদান  কৰি  ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা বিকাশৰ ক্ষেত্ৰখনত প্ৰেৰণা যোগাই  আহিছে ।...

লাহৰীঘাট ৭৯ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ মহিলাক আটক

মৰিগাঁও জিলাৰ লাহৰীঘাটত পুনৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহ কাৰীক  ৭৯ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ আটক কৰিছে।  গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে  চেনিমাৰী গাঁৱৰ ...

গোগামুখ ক্ৰিকেট লীগত পমুৱা একাদশ চেম্পিয়ন

ধেমাজি জিলাৰ গোগামুখৰ গোগামুখস্থিত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আটাই ইউনাইটেড ক্লাবৰ উদ্যোগত এন এইচ পি চিৰ আৰু এম এ চিৰ আৰ্থিক সাহায্যত অনুষ্ঠিত...

চৰাইদেউৰ সাপেখাতীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

চৰাইদেউৰ সাপেখাতীত বৃহস্পতিবাৰে উপস্থিত হ'লহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰপৰা পোনে পোনে চৰাইদেউ জিলাৰ কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত...

নলবাৰীত ১৩৬ বেটেলিয়ান চি.আৰ.পি.এফ বাহিনীৰ প্ৰসংসনীয় পদক্ষেপ

দেশক সুৰক্ষা দিয়াৰ লগতে সামাজিক কাৰ্যাৱলীৰ দ্বাৰাৰ বিশেষ ভাৱে চৰ্চিত দেশৰ চি আৰ পি এফ বাহিনী । সমাজৰ প্ৰতি থকা দায়িত্ববদ্ধতা,পুলিচ তথা সৈন্য বাহিনীৰ...

Popular

Bhupen Hazarika’s Statue: কোকৰাঝাৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ(Bhupen Hazarika's Statue) ত্ৰয়োদশ মৃত্যু বাৰ্ষিকীত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে আজি কোকৰাঝাৰৰ(Kokrajhar) সুধাকণ্ঠ কাননত প্ৰসিদ্ধ সাংস্কৃতিক ব্যক্তিত্বগৰাকীৰ এক বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে।অনুষ্ঠানটোত বৰেণ্য শিল্পীগৰাকীৰ সন্মানত 'ভূপেন্দ্ৰ বৈভৱ' শীৰ্ষক এখন স্মৰণিকাও উন্মোচন কৰা হয়।

Bangladeshi Issue: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়ঃ মুখ্যমন্ত্ৰী

কোন বাংলাদেশী, কোন বিদেশী সেয়া কংগ্ৰেছে কেনেকৈ ক'ব। বাংলাদেশী(Bangladeshi Issue) চিনাক্ত কৰা বিজেপিৰ কাম।কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। ধলাইৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বাংলাদেশী হিচাপে কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(CM HBS)।

Koch Rajbongshi: ১০ নৱেম্বৰৰ আগতে কোচ ৰাজবংশীক বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদানৰ কথা স্পষ্ট কৰক, মুখ্যমন্ত্ৰীক আহ্বান

অসম চৰকাৰে শেতীয়াকৈ বসুন্ধৰা ৩.o জৰিয়তে ভূমি মালিকীস্বত্ব লাভৰ বাবে তিনিটা প্ৰজন্মৰ নথিপত্ৰ দাখিলৰ যি অধ্যাদেশ জাৰি কৰিছে সেই সম্পৰ্কত কোচ ৰাজবংশীসকলক(Koch Rajbongshi) বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদান কৰিব লাগে বুলি দাবী জনাইছে আক্ৰাছুৰ চাৰিটাকৈ গোটৰ লগতে কোচ ৰাজবংশী জাতীয় পৰিষদে(Kamatapuri)৷

Subscribe

spot_imgspot_img