Tag: REGIONAL

Browse our exclusive articles!

সৰ্থেবাৰীৰ নসত্ৰত কৃষ্ণ গুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস

আজি বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ সৰ্থেবাৰীস্থিত নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস আৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আৱিৰ্ভাৱ তিথি । প্ৰতি বছৰে ২ আঘোণ তাৰিখে নসত্ৰৰ...

বাক্সাত কলিতা জনগোষ্ঠী সন্মিলনৰ মহোহো উৎসৱ পালন

আঘোণ মাহৰ পূৰ্ণিমা তিথিৰ দিনা অসমীয়া লোক সংস্কৃতিৰ পৰম্পৰা ৰক্ষা কৰি পালন কৰা হয় মহোহো বা মহ খেদা উৎসৱ ৷ আজি বাক্সা জিলাৰ মুছলপুৰৰ...

বঙাইগাঁৱত অবৈধ কফ ছিৰাপ- নিচাযুক্ত দ্ৰব্যৰ সৈতে ৬ জনক গ্ৰেপ্তাৰ

ৰাজ্যত অব্যাহত আছে নিষিদ্ধ কফ চিৰাপ- নিচাযুক্ত দ্ৰব্যৰ অবাধ বেহা । বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই আৰক্ষী চকীটোৰ অন্তৰ্গত নিত্যবজাৰ...

চৰাইদেউ মৈদামক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা

আমাৰ ঐতিহ্য, আমাৰ সংস্কৃতি ৰক্ষাৰ দায়িত্ব প্ৰতিজন অসমীয়াৰ। আমি আমাৰ ঐতিহ্য-সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিলে ভৱিষ্যতে জাতিটোৱে অস্তিত্বৰ সংকটত ভুগিব। সেয়েহে প্ৰতিজন খিলঞ্জীয়া লোকেই দায়ৱদ্ধতাৰে...

ডিগবৈ মহিলা মহাবিদ্যালয়ৰ নিৰ্বাচনঃ দহটা পদত আছুৰ জয়লাভ

ডিগবৈ নগৰৰ অগ্ৰনি উচ্চ শিক্ষানুষ্ঠান ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ২০২১-২২ বৰ্ষৰ ছাত্ৰী একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ যোৱা ১৭ নৱেম্বৰত ঘোষিত ফল অনুসৰি সাধাৰণ সম্পাদিকা পদ...

Popular

Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা

চিলাপথাৰৰ(Silapather Incident) শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক শিশু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমূগ্ৰ ধেমাজি জিলাত।

Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ

ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰস্থিত বায়ুসেনাৰ অতিথিশালত বাহৰ পাতিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh Stops at Tezpur Airbase)। প্ৰতিকূল বতৰৰ বাবে পোনে পোনে টাৱাঙলৈ যোৱাৰ পৰিৱৰ্তে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ বিমান(Diwali Celebrations with Border Troops) ।

Chutia Students’ Union: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত চুতীয়া ছাত্ৰৰ বিশাল গণ সমাৱেশ

"বছৰ বছৰ ধৰি অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক(Chutia Students' Union) কৰা চূড়ান্ত অৱহেলা বিৰুদ্ধে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ধেমাজি সদৰত সমবেত হৈ এই গণসমাৱেশৰ জৰিয়তে এইখন চৰকাৰৰ সাম্ৰদায়িক, দাম্ভিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমি সকিয়নি প্ৰদান কৰিছোঁ যে শীঘ্ৰেই চুতীয়াসকলক(Indigenous Chutia of Assam) জনজাতি আৰু স্বায়ত্ব শাসন প্ৰদান কৰক অন্যথা আগন্তুক বিজেপি চৰকাৰক পুলিয়ে-পোষাই উৎসাহ কৰিবলৈ চুতীয়া ৰাইজ(Tribalization of the Chutia People) সংকল্পবদ্ধ হ'ব।

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

 (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ'ব। (Dighalipukhuri)

Subscribe

spot_imgspot_img