Tag: REGIONAL

Browse our exclusive articles!

Janata Bhawan:ভৱনস্থিত কাৰ্যালয়ত সভাকক্ষত বৈঠকত

Janata Bhawan:ভৱনস্থিত কাৰ্যালয়ত সভাকক্ষত বৈঠকত

Shipping and Waterway সাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়

Shipping and Waterwaysসাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়

Bhavananda Goswami passes away মৰিগাওঁ বৰ্ণসত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ গোস্বামী বিয়োগ

Bhavananda Goswami passes away মৰিগাওঁ বৰ্ণসত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ গোস্বামী বিয়োগ।তেখেতৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ভকত-বৈষ্ণৱ তেখেতৰ বাসগৃত সমবেত হৈ মৃতকক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘই।

Durga Pujaদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগ

Durga Pujaদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগ ৷ ৩০ছেপ্টেম্বৰৰ ভিতৰত সকলো শ্ৰেণীৰ যান-বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি আগন্তুক দুৰ্গাপূজাৰ প্ৰাকক্ষণত ৰাজ্যৰ ৰাজপথত পথ-সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান জনাইছে পৰিবহণ বিভাগে

Popular

Ajay Davgn: অভিনেতা অজয় দেৱগনলৈ জি ৰিয়েল হিৰ’চ এৱাৰ্ড ২০২৪

হিন্দী চলচ্চিত্ৰ জগতত আগবঢ়োৱা অনবদ্য অৱদান আৰু কামৰ বাবে বলীউডৰ ‘সিংহাম’ অজয় ​​দেৱগানক জি ৰিয়েল হিৰ'চ এৱাৰ্ড ২০২৪ত ‘বছৰৰ মেগা পাৰফৰ্মাৰ’ বঁটা প্ৰদান কৰা হয়।(Ajay Davgn)

Advantage Assam 2.0: এডভান্টেজ অসম-২.০ৰ প্ৰচাৰৰ বাবে ডুবাইত উদ্যোগ মন্ত্রী বিমল বড়া

২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব 'এডভান্টেজ অসম-২.০'।(Advantage Assam 2.0) 'এডভান্টেজ অসম-২.০'ৰ প্ৰচাৰৰ বাবে মঙলবাৰে ইউনাইটেড আৰৱ এমিৰেটছৰ ডুবাইত উপস্থিত হয় মন্ত্ৰী বিমল বড়া।

Yoon Suk Yeol: দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ, কি দোষ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে

গ্ৰেপ্তাৰ কৰি বৰ্খাস্ত কৰিলে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক! কেইঘণ্টামানৰ উত্তেজনা অব্যাহত থাকিল য়েওলৰ বাসগৃহৰ সন্মুখত।(Yoon Suk Yeol)

Harsha Richharya: মহাকুম্ভত আটাইতকৈ ধুনীয়া সন্যাসিনী, সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ভাইৰেল হৰ্ষ কোন

মহাকুম্ভ মেলাত সুন্দৰীক দেখা পাই কোলাহলৰ সৃষ্টি। তেওঁৰ প্ৰশংসকসকলে দাবী কৰে যে তেওঁ সঁচাকৈয়ে মোহ এৰি শান্তিৰ সন্ধানত আধ্যাত্মিকতাৰ পথত ভৰি দিছিল। কিন্তু একাংশ নেটিজেনৰ মতে মানুহক দেখুওৱাবলৈ এইবোৰ কৰিছে।(Harsha Richharya)

Subscribe

spot_imgspot_img