Tag: REGIONAL

Browse our exclusive articles!

AGP foundation day অক্টোবৰত ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

AGP foundation day ১৪ অক্টোবৰত ।Dibrugarh ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।অসমৰ আঞ্চলিকতাবাদৰ ধ্বজাবাহক অসম গণ পৰিষদে ১৪ অক্টোবৰত ৪০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব। ডিব্ৰুগড় জিলাৰ Jerai জেৰাইত কেন্দ্ৰীয়ভাৱে অনুষ্ঠানটি অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিত প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব।

Dr. Himanta Biswa Sarmaমুখ্যমন্ত্ৰীক প্ৰশংসা জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত মহিলা দলৰ

মাৰাংগাৰ আৰু বৰাপানীত দিহানাম পৰিবেশন কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত মহিলা দলে ; মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদ মাহৰ নামৰ সামৰণি ; নামঘৰৰ উন্নয়নত সহযোগিতা আগবঢ়োৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক প্ৰশংসা

Over land fight মাটি বাৰীৰ কাজিয়া লৈ ভয়ঙ্কৰ পৰিণতি

Over land fight মাটি বাৰীৰ কাজিয়া লৈ ভয়ঙ্কৰ পৰিণতি ।নষ্ট কৰিলে ২ বিঘা পুখুৰীৰ মাছ ।বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি ১১বিঘা ধান খেতি নষ্ট কৰিলে আৰু 2 বিঘা পুখুৰীত বিষ প্রয়োগ কৰি লাখ লাখ টকাৰ মাছ নিধন কৰিলে ।

District Commissioner ব্ৰহ্মপুত্ৰৰ চাপৰিত স্বেচ্ছাসেৱী সংস্থাৰ আশ্ৰয় গৃহ নিৰ্মাণ। উক্ত গৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

District Commissioner ব্ৰহ্মপুত্ৰৰ চাপৰিত স্বেচ্ছাসেৱী সংস্থাৰ আশ্ৰয় গৃহ নিৰ্মাণ। উক্ত গৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দুই শতাধিক বানাক্রান্তই আশ্রয় গ্রহণ কৰিব পৰাকৈ নির্মাণ কৰি উলিওৱা বান আশ্রয় গৃহটোত শৌচাগাৰ আৰু ৰান্ধি খোৱা বোৱাৰ বাবে পাকঘৰৰ ব্যৱস্থা কৰি দিয়া হৈছে।

College Majuliমাজুলীৰ পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ত নৱাগত আদৰণী সভা সম্পন্ন

মাজুলীৰ পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ত নৱাগত আদৰণী সভা সম্পন্ন

Popular

Ajay Davgn: অভিনেতা অজয় দেৱগনলৈ জি ৰিয়েল হিৰ’চ এৱাৰ্ড ২০২৪

হিন্দী চলচ্চিত্ৰ জগতত আগবঢ়োৱা অনবদ্য অৱদান আৰু কামৰ বাবে বলীউডৰ ‘সিংহাম’ অজয় ​​দেৱগানক জি ৰিয়েল হিৰ'চ এৱাৰ্ড ২০২৪ত ‘বছৰৰ মেগা পাৰফৰ্মাৰ’ বঁটা প্ৰদান কৰা হয়।(Ajay Davgn)

Advantage Assam 2.0: এডভান্টেজ অসম-২.০ৰ প্ৰচাৰৰ বাবে ডুবাইত উদ্যোগ মন্ত্রী বিমল বড়া

২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব 'এডভান্টেজ অসম-২.০'।(Advantage Assam 2.0) 'এডভান্টেজ অসম-২.০'ৰ প্ৰচাৰৰ বাবে মঙলবাৰে ইউনাইটেড আৰৱ এমিৰেটছৰ ডুবাইত উপস্থিত হয় মন্ত্ৰী বিমল বড়া।

Yoon Suk Yeol: দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ, কি দোষ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে

গ্ৰেপ্তাৰ কৰি বৰ্খাস্ত কৰিলে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক! কেইঘণ্টামানৰ উত্তেজনা অব্যাহত থাকিল য়েওলৰ বাসগৃহৰ সন্মুখত।(Yoon Suk Yeol)

Harsha Richharya: মহাকুম্ভত আটাইতকৈ ধুনীয়া সন্যাসিনী, সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ভাইৰেল হৰ্ষ কোন

মহাকুম্ভ মেলাত সুন্দৰীক দেখা পাই কোলাহলৰ সৃষ্টি। তেওঁৰ প্ৰশংসকসকলে দাবী কৰে যে তেওঁ সঁচাকৈয়ে মোহ এৰি শান্তিৰ সন্ধানত আধ্যাত্মিকতাৰ পথত ভৰি দিছিল। কিন্তু একাংশ নেটিজেনৰ মতে মানুহক দেখুওৱাবলৈ এইবোৰ কৰিছে।(Harsha Richharya)

Subscribe

spot_imgspot_img