Tag: REGIONAL

Browse our exclusive articles!

ভাৰত বনাম দক্ষিণ আফ্ৰিকা মহিলা বিশ্বকাপ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত মহিলা বিশ্বকাপৰ ২৮ সংখ্যক খেল নিউজিলেণ্ডৰ ক্ৰিষ্টচাৰ্চত অনুষ্ঠিত হৈছে। টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক ২৭৫ ৰাণৰ লক্ষ্য দিছে। ইয়াৰ...

ৰহাৰ টোলগেটত উতপ্ত পৰিস্থিতি…

ৰহাৰ টোলগেটত আজি এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ এটা সজাতি দল গুৱাহাটীলৈ যোৱাৰ পথত ৰহা টোলগেটত টোলগেটৰ...

আমোলাপট্টি শিৱনগৰৰ কলঙত ওলাইছে বৰকাছ…

নগাঁও চহৰৰ আমোলাপট্টিৰ শিৱনগৰত কলঙৰ বুকুত আজি এটা বৰকাছ ওলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে নগাঁৱৰ আমোলাপট্টিৰ শিৱনগৰৰ ওচৰত কলঙত আজি যুৱক কেইজনমানে...

কলিয়াবৰত প্ৰবীণ মুক্তিযোদ্ধা কমল চন্দ্ৰ মহন্ত বঁটা প্ৰদান অনুষ্ঠান…

কলিয়াবৰত আজি দুগৰাকী জাতীয় কৃষ্টি বিহুৰ দুগৰাকী সাধকক আনুষ্ঠানিকভাৱে প্ৰবীণ মুক্তিযোদ্ধা, সত্ৰাধিকাৰ শিক্ষক কমল চন্দ্ৰ মহন্ত সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। কলিয়াবৰৰ প্ৰবীণ মুক্তিযোদ্ধা,...

কৃষকলৈ ভাল খবৰ কৃষি মন্ত্ৰী অতুল বৰাৰ…

কৃষকৰ বাবে সুখৰ বতৰা। বোকাখাতত ১০০০ মেট্ৰিক টন শস্য মজুত ৰখাৰ ভঁৰাল গৃহ উন্মোচন। ১ কোটি ৬০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা...

Popular

Chutia-Deuri Sahitya Sabha:বোকাখাত জিলা চুতীয়া জাতি সন্মিলন আৰু বোকাখাত জিলা চুতীয়া-দেউৰী সাহিত্য সভা গঠন

বোকাখাত বনগাঁৱৰ সতী সাধনী সমন্বয় ক্ষেত্রত আজি বোকাখাতৰ ১২খন চুতীয়া(Chutia-Deuri Sahitya Sabha) জাতি আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক আৰু শতাধিক সদস্যৰে এখন সাধাৰণ সভা আহ্বান কৰা হয়(Bokakhat)।

Dr. Bhupen Hazarika’s 100 songs:ড° ভূপেন হাজৰিকাৰ ১০০ গীত তিনিটা প্ৰক্ৰিয়াৰে ইংৰাজীলৈ অনুবাদ সম্পূৰ্ণ

এক যাত্ৰাৰ মধ্যক্ষণত আজি বোকাখাতত উপস্থিত হয়(Dr. Bhupen Hazarika's 100 songs) অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য হাজৰিকা। বোকাখাত নাট্য মন্দিৰত উপস্থিত হৈ ড° হাজৰিকাই(Dr. Surjya Hazarika) কয়- "অসম সাহিত্য সভাৰ(Asom Sahitya Sabha) সৰ্বোচ্চ পদবী সভাপতিৰ বাবে নিৰ্বাচন হোৱাতকৈ মনোনীত সভাপতি হোৱাই ভাল।

Russia । ৰাছিয়া চৰকাৰৰ আমন্ত্ৰণমৰ্মে ৰাছিয়ালৈ যাব বিকশিত ভাৰত সমাচাৰৰ কাৰ্যবাহী সম্পাদক ড° আছমা বেগম

Russiaৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে আয়োজন কৰা ব্ৰিকছ সন্মিলনত ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা হৈছে বিকশিত ভাৰত সমাচাৰৰ কাৰ্যবাহী সম্পাদক ড০ আছমা বেগমক (Dr. Asma Begum)। ভাৰতক প্ৰতিনিধিত্ব কৰি ৰাছিয়াৰ প্ৰধানমন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী, অৰ্থনীতি মন্ত্ৰী আৰু সকলো চৰকাৰী বিভাগৰ মুৰব্বীৰ লগতে ব্ৰিকছৰ আন সকলো সদস্য দেশৰ প্ৰতিনিধি আৰু ৰাছিয়াৰ চেণ্ট পিটাৰ্ছবাৰ্গত ভাৰতীয় প্ৰতিনিধিৰ সৈতে তেওঁ বৈঠকত অংশগ্ৰহণ কৰিব।Dr. Asma Begum ড০ আছমা বেগম

Hot Water। গৰম পানীৰে গা ধুলে প্ৰজনন ক্ষমতাত প্ৰভাৱ পৰিব পাৰে…

Hot Water । বহুতে শীতকালত সকলোৱেই গা ধুবলৈ কুণ্ঠাবোধ কৰে। কিছুমান মানুহে শীতকালত গৰম পানী নোহোৱাকৈ গা ধুবই নোৱাৰে। কিন্তু গৰম পানীৰে গা ধোৱাটো শৰীৰৰ বাবে কিমান ভাল বা বেয়া হয় আমি সেয়া একো গুৰুত্ব নিদিওঁ। একো নজনাকৈ আমি গৰম পানী অবিহনে গা ধোৱাৰ কথা এমুহূৰ্তৰ বাবেও ভাবিব নোৱাৰো।

Subscribe

spot_imgspot_img