Breaking

Browsing Tag

Remal

কালঘূৰ্ণী ৰেমাল কি? অসম, পশ্চিমবংগ আৰু বাংলাদেশত তাণ্ডৱ চলাইছে ৰেমাল ঘূৰ্ণীয়ে…

অসম, পশ্চিমবংগ আৰু বাংলাদেশত তাণ্ডৱ চলাইছে ৰেমাল ঘূৰ্ণীয়ে। এতিয়ালৈকে বহু লোকৰ মৃত্যু ঘটিছে। উভালি পৰিছে হাজাৰ হাজাৰ গছ, বিদযুতৰ খুঁটা আদি। বংলাদেশত ৰেমালৰ পিছৰে পৰা বিধ্বংসী বানৰ সৃষ্টি হৈছে। এই ঘূৰ্ণীৰ প্ৰভাৱত উত্তৰ পূৰ্বঞ্চলৰ কেইবাখনো
Read More...

বঢ়মপুৰৰ চৌদিশ ‘ৰেমাল’ত তচনচ! বিদ্যুৎ যোগান ব্যাহত, গছ-গছনি পৰি পথ যোগাযোগ বিছিন্ন;…

বিগত কিছুদিন ধৰি উৎকট গৰমত দিশহাৰা হৈ পৰা সৰ্বসাধাৰণ ৰাইজে শেহতীয়াকৈ স্বস্তিৰ নিশ্বাস পেলাইছে যদিও এইবাৰ সামুদ্ৰিক ঘূর্ণী বতাহ 'ৰেমাল'ৰ লগতে ধাৰাসাৰ বৰষুণৰ ফলত দিক বিদিক হেৰুৱাই পেলাইছে অসমৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাবাসীয়ে।
Read More...

ৰেমালৰ সংহাৰত বিধ্বস্ত অসম! ছাত্ৰৰ মৃত্যু, ৰে’ল সেৱা ব্যাহত, গছ- গছনি তচনচ…

সাগৰীয় ঘূৰ্ণী ৰেমালে এতিয়া অসমত তাণ্ডৱ চলাইছে। ঘূৰ্ণীৰ প্ৰভাৱত অসমত আৰম্ভ হৈছে প্ৰবল ধুমুহা-বৰষুণ। ইতিমধ্যে মৰিগাঁৱত ধুমুহাত গছ পৰি কলেজলৈ যোৱা এজন ছাত্ৰৰ মৃত্যু ঘটিছে। ৰাজ্যৰ বহু জিলাত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে। সেই
Read More...

সংহাৰী ৰেমালঃ মিজোৰামত বৰষুণৰ মাজতে শিলৰ কুৱেৰীত ১৫ শ্ৰমিক নিহত…

ৰেমালে কিমানৰ প্ৰাণ কাঢ়িলে তাৰ সঠিক হিচাব এতিয়াও ওলোৱা নাই। বিধ্বংসী ধুমুহা-বৰষুণৰ সময়তে মিজোৰামৰ আইজলত এটা শিলৰ কুৱেৰী ভাঙি পৰাত ১৫ জন শ্ৰমিকৰ মৃত্যু হয় আৰু কেইবাজনো নিৰুদ্দেশ হয়। মঙলবাৰে পুৱা অঞ্চলটোত অবিৰত বৰষুণৰ মাজতে এই দুৰ্ঘটনা
Read More...

ৰেমালৰ প্ৰভাৱত ডিমা হাছাও জিলাৰ বিধ্বস্ত ৰূপ…

সমগ্ৰ ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগ সৃষ্টিকাৰী ৰেমালৰ প্ৰভাৱ অব্যাহত থকাৰ সময়তে ডিমা হাছাও জিলাতো প্ৰকৃতিৰ ধ্বংসলীলাত জনজীৱন ব্যাহত হোৱা পৰিলক্ষিত হৈছে। ৰেমালৰ ৰোষত পৰা পাহাৰীয়া জিলাখনৰ বিভিন্ন স্থানত সোমবাৰে অহা ঘূৰ্ণী বতাহৰ ফলত বিস্তৰ
Read More...

কালঘূৰ্ণী ৰেমালঃ সংহাৰ চলাব বংগ, অসমত! ব্যাপক সতৰ্কতা, বহু বিমান বাতিল; সাজু কৰি ৰখা হৈছে এনডিআৰএফ…

আকৌ আহিছে এক কালঘূৰ্ণী। পশ্চিমবংগৰ উপকূলৰ দিশে তীব্ৰ গতিত আগবাঢ়িছে ঘূৰ্ণীবতাহ ৰেমাল। এই বাতৰি আপুনি পঢ়ি থকা সময়ত বংগত ৰেমালে সংহাৰৰ সৃষ্টি কৰিব। ইতিমধ্যে বংগৰ চৰকাৰে ৰেমালৰ আগমনৰ বাবে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। অসম , বংগ আদি
Read More...

ৰেমালৰ আগমনঃ উদ্ধাৰ আৰু প্ৰস্তুতি সম্পৰ্কীয় পৰ্যালোচনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক, ওমানে নামকৰণ…

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত দেওবাৰে মাজনিশাৰ আশে-পাশে বাংলাদেশ আৰু সংলগ্ন পশ্চিম বংগ উপকূলৰ মাজত প্ৰৱেশ কৰাৰ সম্ভাৱনা থকা ঘূৰ্ণীবতাহ ৰেমালৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি উদ্ধাৰ আৰু প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে এখন বৈঠকত মিলিত
Read More...

গ্ৰীষ্ম প্ৰবাহত দগ্ধ অসমঃ ৰেমালে শীতলালে ৰাজ্য…

ৰাজ্যত অব্যাহত আছে গৰমৰ তাণ্ডৱ। গুৱাহাটীত ১৯৬০ চনৰ পিছত প্ৰথমবাৰৰ বাবে তাপমাত্ৰা ৪০.১ ডিগ্ৰী চেলছিয়াছ হৈছে। এয়া এক অভিলেখ সৃষ্টিকাৰী তাপমাত্ৰা হিচাবে পৰিগণিত হৈছে। স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা। আনহাতে, শুকুৰবাৰে গুৱাহাটীত
Read More...