Tag: Russia

Browse our exclusive articles!

ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ প্ৰথম বৰ্ষপূৰ্তিত চীনৰ প্ৰৱেশ! ছি জিনপিঙৰ নতুন পৰিকল্পনা…

আজি এবছৰ সম্পূৰ্ণ হ’ল ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ। ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। যুদ্ধৰ কোনো সিদ্ধান্তত উপনীত...

যুদ্ধবিধস্ত ইউক্ৰেইনত হঠাতে উপস্থিত হ’ল মাৰ্কিন ৰাষ্ট্ৰপতি জো বিডেন, সকিয়ালে পুটিনক

২৪ ফেব্ৰুৱাৰীত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বৰ্ষপূৰ্তিঃ পুটিনৰ মতে পশ্চিমীয়া দেশেহে ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ কৰিছিল! চাওঁতে চাওঁতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধই এটা বছৰ সম্পূৰ্ণ কৰিব। ২৪ ফেব্ৰুৱাৰীত এই...

ইউক্ৰেইনৰ বিৰুদ্ধে পাৰমাণৱিক বোমা ব্যৱহাৰ কৰিব নেকি ৰাছিয়াই?

ইউক্ৰেইনৰ বিৰুদ্ধে পাৰমাণৱিক বোমা ব্যৱহাৰ কৰিব নেকি ৰাছিয়াই?ৰাছিয়াই আমেৰিকাৰ সৈতে থকা পাৰমাণৱিক চুক্তি চুক্তি স্থগিত কৰাৰ পিছতে ঘনীভূত আশংকা। এখন বছৰ জোৰা দীঘলীয়া যুদ্ধ।...

পেৰিছ গ্ৰীষ্মকালীন ২০২৪ অলিম্পিক; অলিম্পিকত নিৰপেক্ষ ৰাছিয়াৰ অংশগ্ৰহণক সমৰ্থন আমেৰিকাৰ

যোৱা বছৰ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত মস্কোৰ বিৰুদ্ধে অতি কঠোৰ স্থিতি গ্ৰহণ কৰা আমেৰিকাৰ এই স্থিতি যথেষ্ট আচৰিত আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিৰ...

‘তৃতীয় বিশ্বযুদ্ধ নহ’ব ঘোষণা কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে…

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে মঙলবাৰে বাৰ্ষিক গোল্ডেন গ্ল’ব বঁটা প্ৰদান অনুষ্ঠানত ভাৰ্চুৱেলি উপস্থিত হৈ কয় যে “তৃতীয় বিশ্বযুদ্ধ নহ’ব” কাৰণ ইউক্ৰেইনৰ ৰাছিয়াৰ সৈতে চলি...

Popular

Ram Returns Home: ১৪ বছৰৰ পিছত নহয়, ৫০০ বছৰৰ পিছত ঘৰলৈ উভতি আহিছে ৰাম

দীপাৱলী সমাগত। সমগ্ৰ দেশৰ হিন্দুধৰ্মীলোকসকলে দীপাৱলীৰ বাবে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দীপাৱলী উপলক্ষে অযোধ্যাত হাজাৰ হাজাৰ দিয়া জ্বলোৱাৰ অভিলেখ ভংগকাৰী প্ৰস্তুতিক প্ৰশংসা কৰে। উল্লেখযোগ্য যে ৰাম মন্দিৰ(Ram Returns Home) নিৰ্মাণৰ পিছত অযোধ্যাৰ বাবে এয়া প্ৰথম দীপাৱলী(Diwali)।

Rozgar Mela in Shillong: শ্বিলঙৰ ৰোজগাৰ মেলাত প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ বিতৰণ কৰিলে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শ্বিলঙত অনুষ্ঠিত ৰোজগাৰ মেলা ২০২৪ত অংশগ্ৰহণ কৰে(Rozgar Mela in Shillong) । সমাৱেশত ভাষণ প্ৰদান কৰি কেইবাহেজাৰ যুৱ প্ৰত্যাশীৰ বাবে নতুন আৰম্ভণি উদযাপন কৰে আৰু এক সমৃদ্ধ, স্বাৱলম্বিতাপূৰ্ণ ভাৰতৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে(government job distribution India)।

AIIMS Guwahati Healthcare: আঞ্চলিক স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে এইমছ গুৱাহাটীত অত্যাধুনিক স্বাস্থ্য সেৱা মুকলি

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ উত্তৰ-পূব ভাৰতত স্বাস্থ্যসেৱাৰ প্ৰৱেশাধিকাৰ উন্নত কৰাৰ লক্ষ্যৰে কৰ্কট ৰোগৰ চিকিৎসা, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইমছ গুৱাহাটীত উন্নত স্বাস্থ্যসেৱাৰ বহুকেইটা সুবিধা ভাৰ্ছুৱেলী উদ্বোধন কৰে(AIIMS Guwahati Healthcare)।

Village avoids diwali celebrations: এখন গাঁও য’ত দীপাৱলী উদযাপন কৰিলে হয় ঘৰত জুই লাগে, নতুবা গাঁওখনলৈ আহে অকালমৃত্যু!

হিমাচলৰ হামিৰপুৰত এনে এখন গাঁও আছে য'ত উদযাপন কৰা নহয় দীপাৱলী(Village avoids diwali celebrations) । জনবিশ্বাস অনুসৰি, বহু দশক পূৰ্বে এগৰাকী মহিলাই সতী হোৱাৰ আগতে গাঁওখনক দিছিল অভিশাপ ।

Subscribe

spot_imgspot_img