Tag: Salman Khan

Browse our exclusive articles!

Salman Khan: ভাবুকিৰ মাজতে নতুন গাড়ী ক্ৰয় ছলমান খানৰ পিতৃ চেলিম খানৰ

ছলমান খানৰ পিছত এতিয়া চেলিম খানেও বিষ্ণই গেঙৰ ভাবুকিৰ মাজতে এখন দামী গাড়ী ক্ৰয় কৰিছে। ধনতেৰাছৰ দিনাই কিনিলে এই গাড়ীখন, আনহাতে ভাইজানে পুনৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে। এই যুৱকজন নয়দাৰ বুলি কোৱা হৈছে।(Salman Khan)

Salman Khan: মৃত্যুৰ ভাবুকি, কিন্তু ছলমানে লৈছে ৰিস্ক! ‘সিংহাম আয়েন’ৰ শ্বুটিং ক’ত কৰিব ভাইজানে

নিজৰ জীৱনলৈ ভয় কৰিলেও তেওঁ নিজৰ কথা ভংগ কৰিবলৈ ইচ্ছুক নহয়। গতিকে তেওঁ ৰোহিত শ্বেট্টীৰ ছবি ‘সিংহাম আগান’ত অভিনয় কৰিবই।(Salman Khan)

Lawrence Bishnoi: লৰেন্স বিষ্ণোইৰ মুখামুখি হোৱা আৰক্ষীক ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা

যিজন আৰক্ষীয়ে লৰেন্স বিষ্ণোইৰ মুখামুখি হ’ব, তেওঁক ১ কোটি ১১ লাখ ১১ হাজাৰ ১১১ টকা পুৰস্কাৰ হিচাপে দিব। সেই সাহসী আৰক্ষী বিষয়াগৰাকীৰ পৰিয়ালৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা সুনিশ্চিত কৰিব কৰ্ণী সেনাই।(Lawrence Bishnoi)

Lawrance Bishnoi gang: ডাউডৰ পদাংক অনুসৰণ কৰি আগবাঢ়িছে লৰেন্স বিষ্ণৈ গেং

এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব লোৱাৰ পিছতে বৰ্তমান সংবাদ শিৰোনামত আছে লৰেন্স বিষ্ণৈ গেং (Lawrance Bishnoi gang)।

Salman Khan Wedding: বিয়া পাতিব ছলমান খানে! কইনাৰ সন্দৰ্ভত কি ক’লে ছলমানে

এসময়ত ঐশ্বৰ্য ৰায় বচ্চন আৰু কেটৰিনা কাইফৰ সৈতে সম্পৰ্ক আছিল ছলমান খানৰ। কিন্তু কোনো এগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্কই স্থায়ী নহ’ল।(Salman Khan Wedding)

Popular

Dry Skin: কি ভিটামিনৰ অভাৱত ছাল শুকান হৈ পৰে? ছাল শুকান হ’লেই খাব এই ৫ টা খাদ্য

কেৱল বতৰৰ বাবেই নহয়, শৰীৰত কিছুমান পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবেও ছালখন শুকান হৈ পৰে। বিশেষকৈ ভিটামিন ই আৰু ভিটামিন এৰ অভাৱত ছাল শুকান আৰু ৰুক্ষ হৈ পৰে। (Dry Skin)

Tihar Festival: যোৰহাটৰ ধনখুলৈত প্ৰথম বাৰ্ষিক তিহাৰ উৎসৱ উদযাপন

যোৰহাট জিলা গোৰ্খা সন্মিলন আৰু ধনখুলৈ যুৱ সংঘৰ সহযোগত অনুষ্ঠিত হোৱা এই উৎসৱৰ পুৱা পতাকা উত্তোলন কৰা হয়।(Tihar Festival)

Ledo News: লিডু স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি ৰূপে পুনৰ ড° ৰঞ্জিত দত্ত মনোনীত

লিডু স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি ৰূপে পুনৰ ড° ৰঞ্জিত দত্ত মনোনীত। ডেৰশতাধিক শিশুৰ অংশগ্ৰহণেৰে কুঁহি অনুষ্ঠান সম্পন্ন।(Ledo News)

Vascular Surgery: জ্যেষ্ঠ ভাস্কুলাৰ ও এণ্ড ‘ভাস্কুলাৰ চাৰ্জন, চেন্নাই এপ’ল’ হাস্পাতালৰ চিকিৎসক ডাঃ ভি বালাজীৰ সংবাদমেল

(Vascular Surgery)ভাস্কুলাৰ চাজৰিী হৈছে চিকিৎসা বিজ্ঞানৰ এটা শাখা যিয়ে ৰক্তবাহী নলীৰ ৰোগৰ সৈতে যুঁজ দিব পাৰে। ৰক্তবাহী নলী দুবিধ। ধমনীয়ে ভাল (অক্সিজেন যুক্ত) তেজ আৰু শিৰাই বেয়া (অক্সিজেন বিহীন) তেজ পৰিবাহিত কৰে।

Subscribe

spot_imgspot_img