Tag: Samantha Ruth Prabhu

Browse our exclusive articles!

শৰীৰ চৰ্চাৰ ভিডিঅ’ শ্বেয়াৰ কৰিলে সামান্থা ৰুথ প্ৰভুৱে! অনুৰাগীসকলে তেওঁৰ ফিটনেছক লৈ ক’লে এই কথা…

শীঘ্ৰেই দেখা যাব ‘শকুন্তলাম’ ছবিত সামান্থা ৰুথ প্ৰভুক। আজিকালি মাইটিছৰ সৈতে যুঁজি থকা অভিনেত্ৰীগৰাকীয়ে জিমত ঘামচি উলিয়াইছে। আজিকালি সামান্থা ৰুথ প্ৰভুৱে মাইটিছ ৰোগৰ পৰা...

অসুস্থতাক লৈ ঠাট্টা কৰা সকলক সামান্থা প্ৰভুৰ উপযুক্ত উত্তৰ! কি উত্তৰ দিলে সামান্থাই

সামান্থা প্ৰভুৰৰ এই টুইটে চচিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। সামান্থাৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি কোনোবাই টুইটাৰত অভিনেত্ৰীগৰাকীৰ অসুস্থতাক উপহাস কৰি এটা পোষ্ট দিছিল,...

সামান্থা ৰুথ প্ৰভুক সাহস দি এজন ব্যক্তিয়ে ক’লে – ‘ woman of steel’…

মাইটিছ ৰোগৰ সৈতে যুঁজিছে সামান্থা ৰুথ প্ৰভুৱে। অনুৰাগীৰ পৰা আৰম্ভ কৰি তেওঁৰ বিশেষলৈকে, সকলোৰে আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে। মাইটিছ ৰোগৰ বাবে সামান্থাই...

Popular

Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা

চিলাপথাৰৰ(Silapather Incident) শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক শিশু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমূগ্ৰ ধেমাজি জিলাত।

Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ

ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰস্থিত বায়ুসেনাৰ অতিথিশালত বাহৰ পাতিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh Stops at Tezpur Airbase)। প্ৰতিকূল বতৰৰ বাবে পোনে পোনে টাৱাঙলৈ যোৱাৰ পৰিৱৰ্তে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ বিমান(Diwali Celebrations with Border Troops) ।

Chutia Students’ Union: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত চুতীয়া ছাত্ৰৰ বিশাল গণ সমাৱেশ

"বছৰ বছৰ ধৰি অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক(Chutia Students' Union) কৰা চূড়ান্ত অৱহেলা বিৰুদ্ধে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ধেমাজি সদৰত সমবেত হৈ এই গণসমাৱেশৰ জৰিয়তে এইখন চৰকাৰৰ সাম্ৰদায়িক, দাম্ভিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমি সকিয়নি প্ৰদান কৰিছোঁ যে শীঘ্ৰেই চুতীয়াসকলক(Indigenous Chutia of Assam) জনজাতি আৰু স্বায়ত্ব শাসন প্ৰদান কৰক অন্যথা আগন্তুক বিজেপি চৰকাৰক পুলিয়ে-পোষাই উৎসাহ কৰিবলৈ চুতীয়া ৰাইজ(Tribalization of the Chutia People) সংকল্পবদ্ধ হ'ব।

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

 (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ'ব। (Dighalipukhuri)

Subscribe

spot_imgspot_img