Breaking

Browsing Tag

Sawan

আজি শাওণৰ চতুৰ্থটো সোমবাৰঃ প্ৰতিটো কাম ভাল হ’ব, দান কৰক এই সমূহ বস্তু…

শাওণ মাহটো ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হৈছে। এই মাহত ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীক নিয়ম মানি পূজা কৰিলে এজন ব্যক্তিৰ জীৱনৰ সকলো বিপদ-দুখ দূৰ হৈ যায়। লগতে মহাদেৱ সন্তুষ্ট হৈ ভক্তসকলৰ সকলো কামনা পূৰণ কৰে। শাওণৰ সোমবাৰৰ গুৰুত্বও বহুত বেছি।
Read More...

দিছপুৰত নিশা বলবম যাত্ৰীক পানী বিতৰণ মন্ত্ৰী যোগেন মহনৰ…

পবিত্ৰ শাওন মাহৰ তৃতীয়টো সোমবাৰ। শাওন মাহ উপলক্ষ্যে অব্যাহত আছে বলবম যাত্ৰা। দিছপুৰত নিশা বলবম যাত্ৰীক পানী বিতৰণ মন্ত্ৰী যোগেন মহনৰ।
Read More...

আপোনাৰ ধন দিনক দিনে বাঢ়িব! শাওণৰ তৃতীয়টো সোমবাৰে জলাভিষেকৰ পিছত কৰক এই কাম…

২২ জুলাইৰ পৰা শাওণৰ মাহ আৰম্ভ হৈছে। এই মাহটো শিৱ ভক্তৰ বাবে অতি বিশেষ। বিশ্বাস কৰা হয় যে ভগৱান শিৱই শাওণ মাহত সৃষ্টি নিয়ন্ত্ৰণ কৰে, সেয়েহে এই মাহত কৰা পূজা কৰিলে বিশেষ ফল পোৱা যায়। শাওণ মাহত সোমবাৰৰো বিশেষ তাৎপৰ্য আছে বুলি কোৱা হয়।
Read More...

আজি শাওণৰ দ্বিতীয়টো সোমবাৰঃ ভগৱান শিৱৰ পূজাত কিয় আগবঢ়োৱা নহয় তুলসী…

শাওণ মাহত ভগৱান শিৱক পূজা কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে ভগৱান শিৱৰ কোনো পূজাত কেতিয়াও তুলসী পাত আগবঢ়োৱা নহয়। ইয়াৰ কাৰণ কি জানেনে?
Read More...

শাওণ মাহ ভগৱান শিৱৰ বাবে অতি প্ৰিয়! শাওণ মাহত কৰক এইকেইটা কাম…

শাওণ মাহ আৰম্ভ হৈছে।এই শাওণ মাহ ভগৱান শিৱৰ বাবে অতি প্ৰিয়। এই মাহত কৰা ভগৱান শিৱৰ পূজা কৰিলে বিশেষ ফল পোৱা যায়। শাওণত কিছুমান কাম আছে, যিবোৰ কৰি ভগৱান শিৱৰ লগতে ৰাহু-কেতু আৰু শনিৰ দৰে গ্ৰহবোৰকো শান্ত কৰিব পাৰি।আজি আপোনালোকক এনে কিছুমান
Read More...

পবিত্ৰ শাওণ মাহত হাজাৰ হাজাৰ ভক্তৰে মুখৰিত ভীমাশংকৰ জ্যোতিৰ্লিংগ…

ভাৰতৰ আন আন বহু ৰাজ্যৰ দৰে অসমতো শাওণ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ বহুতেই মাহটোক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে। লোক বিশ্বাস অনুসৰি বোলবোম হিচাপে জনপ্ৰিয় আৰু দেবাদিদেৱ মহাদেৱৰ সৈতে স্মৃতি বিজড়িত শাওণ মাহত হিন্দু
Read More...

আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ, শিৱ ভক্তই পালন কৰিছে উপবাস…

শাওণ মাহৰ প্ৰথমটো সোমবাৰে শিৱলিংগক ৰাশি অনুযায়ী সামগ্ৰী আগবঢ়াওক। ভগৱান শিৱৰ ভক্তিৰ বাবে শাওণৰ সোমবাৰবিলাক অতি বিশেষ। ৰাশি অনুযায়ী এই দিনটোত শিৱলিংগ পূজা কৰিলে সকলো দুখ দূৰ হৈ যাব আৰু অপৰিসীম সুখ আৰু সমৃদ্ধি পাব।
Read More...