Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Tag:
sports
Search
Browse our exclusive articles!
লাভলীনাক “অসম সৌৰভ” বঁটা গ্ৰহণৰ আনুষ্ঠানিক নিমন্ত্ৰণ
Uncategorized
দৈনন্দিন বাৰ্তা
-
January 21, 2022
অসম চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ আসামৰিক সন্মান 'অসম সৌৰভ' বঁটা গ্ৰহণৰ বাবে অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইক আজি ৰাজ্য চৰকাৰৰ তৰফৰ...
কোহলীৰ প্ৰস্থানত সঁচাকৈয়ে সুখী নেকি ৰোহিত-ৰাহুল?
অসম
দৈনন্দিন বাৰ্তা
-
January 20, 2022
দক্ষিণ আফ্ৰিকা ভ্ৰমণত টেষ্ট শৃংখলাত পৰাজিত হোৱাৰ পাছত বিৰাট কোহলীয়ে দেওবাৰে হঠাতে ভাৰতীয় টেষ্ট দলৰ নেতৃত্বৰ পৰা পদত্যাগ কৰিছিল। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ গৰাকীয়ে অধিনায়ক পদৰ...
ৰূপৰ পদকেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিলে তনয় শৰ্মাই
অসম
দৈনন্দিন বাৰ্তা
-
January 9, 2022
বৰ্তমান সময় প্ৰতিযোগিতাৰ যোগ । প্ৰতিজন সন্তানৰ মাক-দেউতাকে নিজৰ সন্তানৰ ভৱিষ্যতৰ সপোনক বাস্তৱ ৰূপ দিয়াবলৈ চেষ্টা কৰে। টীয়কৰ এজন কণমানি য়ে সমগ্ৰ ৰাজ্যৰ লগতে...
খাগ্ৰাবাৰীত ১৯সংখ্যক সৰ্বভাৰতীয় অন্ঠাইগৌৰা বডোছা ভলীবল স্বৰ্ণ কাপ চেম্পিয়নশ্বিপ
অসম
দৈনন্দিন বাৰ্তা
-
January 8, 2022
ওদালগুৰি জিলা খাগ্ৰাবাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু খাগ্ৰাবাৰী আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সহযোগত ওদালগুৰি জিলা খাগ্ৰাবাৰী জনতা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে ১৯ সংখ্যক...
খেলপথাৰ এৰি পদপথত কি কৰিছে কোহলীয়ে?
অসম
দৈনন্দিন বাৰ্তা
-
January 4, 2022
পদপথত কোহলী! সামাজিক মাধ্যমত কোন মুহূৰ্তত কাৰ ছবি, কাৰ কথা কেতিয়া কেনেকৈ ভাইৰেল হৈ পৰে ধৰিবই নোৱাৰি। শেহতীয়াকৈ তেনে এক কথাই সৰ্বত্ৰে চৰ্চা লাভ কৰা...
1
...
233
234
235
...
242
Page 234 of 242
Popular
Police Station: শিৱসাগৰত ‘আৰক্ষী চকী’ৰ মঞ্চায়ন
দৈনন্দিন বাৰ্তা
-
October 31, 2024
PM Modi’s UCC Pitch On Unity Day: ৰাষ্ট্ৰীয় একতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে কলে: ‘ভাৰতে এক ৰাষ্ট্ৰ, এক ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ দিশত আগবাঢ়িছে’
মুখ্য-পৃষ্ঠা
October 31, 2024
ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতৰ ষ্টেচু অৱ ইউনিটিৰ সমীপত আয়োজিত ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ৰ কথা উল্লেখ কৰি কয় যে, ই এক উন্নত ভাৰতৰ সপোন বাস্তৱ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ)PM Modi's UCC Pitch On Unity Day) ।
Rajnath Singh Celebrates Diwali: তেজপুৰত সেনা জোৱানৰ সৈতে ৰাজনাথ সিঙৰ দীপাৱলী উদযাপন
মুখ্য-পৃষ্ঠা
October 30, 2024
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ তেজপুৰস্থিত ৪ৰ্থ কৰ্পছৰ মুখ্য কাৰ্যালয়ত বুধবাৰে সেনা জোৱানসকলৰ সৈতে পোহৰৰ উৎসৱ দীপাৱালী উদযাপন কৰে(Rajnath Singh Celebrates Diwali)।
Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা
অসম
October 30, 2024
চিলাপথাৰৰ(Silapather Incident) শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক শিশু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমূগ্ৰ ধেমাজি জিলাত।
Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ
মুখ্য-পৃষ্ঠা
October 30, 2024
ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰস্থিত বায়ুসেনাৰ অতিথিশালত বাহৰ পাতিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh Stops at Tezpur Airbase)। প্ৰতিকূল বতৰৰ বাবে পোনে পোনে টাৱাঙলৈ যোৱাৰ পৰিৱৰ্তে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ বিমান(Diwali Celebrations with Border Troops) ।
Subscribe
I want in
I've read and accept the
Privacy Policy
.