Breaking

Browsing Tag

stopcollege

মুম্বাইত প্ৰচণ্ড বৰষুণত চৰকাৰী-ব্যক্তিগত বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা…

মুম্বাইত সোমবাৰে পুৱা ১ বজাৰ পৰা পুৱা ৭ বজালৈ ছয় ঘণ্টাত বিভিন্ন স্থানত ৩০০ মিলিমিটাৰৰ ওপৰত বৰষুণ হোৱা বুলি সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰিছে। প্ৰচণ্ড বৰষুণৰ ফলত উপনগৰৰ ৰে’ল সেৱা ব্যাহত হোৱাৰ লগতে কেইবাটাও অঞ্চলত তীব্ৰ পানী জমা হৈছে।
Read More...