Breaking

Browsing Tag

story

ছিক্কিমৰ জি’ৰ পইন্টত বৰফৰ আবেলি…

জীৱনৰ বেছিভাগ সময় নতুন ঠাইবোৰ ঘুৰি ফুৰি নতুন নতুন অভিজ্ঞতা বুটলি লোৱা, এটা নতুন দিনৰ  নতুন সূৰ্যৰ নৱীন পুৱাৰ সোৱাদ লোৱা,  নতুন কথা শিকাৰ সৰুৰে পৰা মনত এটা দুৰ্বাৰ হেঁপাহ। এই দুৰ্বাৰ হেঁপাহ বোৰ পুৰণ কৰাৰ স্বাৰ্থতে মোৰ প্ৰিয় বন্ধু চন্দনৰ
Read More...

সোণালী বান্দৰ মই আৰু মোৰ অভিজ্ঞতা…

আমি এতিয়া  চক্ৰশীলালৈ গৈ আছোঁ। চক্ৰশীলা নামটো অতি পুৰণি। আমি সকলোৱে জানো যে প্ৰাচীন কালত সমগ্র কামৰূপৰ লোকসকল  বৌদ্ধ ধৰ্মাৱলম্বী আছিল। কামৰূপৰ সকলো কিৰাত জনগোষ্ঠী বৌদ্ধ আছিল আৰু কামৰূপৰ সকলো পাহাড়  আৰু পানীৰ উৎস অঞ্চলত আছিল মহাযান বৌদ্ধ
Read More...

এনেকৈয়ে আহে আধুনিকতা…

সজীৱ জাতি বা সমাজৰ এক এক অবিচ্ছেদ্য অঙ্গ হ'ল গতিশীলতা। এই গতিশীলতাইহে মানুহক শ্ৰেষ্ঠ সামাজিক প্ৰাণী ৰূপে চিনাকি দি শ্ৰেষ্ঠতাৰ আসন দখল কৰাত অৰিহণা যোগাইছে। এই গতিশীলতা সমাজ বা ব্যক্তিয়ে হেৰুৱাব লগা হ'লেই ই জড় হৈ পৰে। ইতিবাচক গতিশীলতাই
Read More...

শৈশৱৰ বন্ধু যেতিয়া ঘাতক হয়…

দুয়ো শৈশৱৰ পৰা একেলগে পঢ়িছিল। সহজ কথাত দুয়ো শৈশৱৰ বন্ধু। এজন বিশ্বজিত হাজৰিকা আৰু আনজন অজয় কলিতা। পৰবৰ্তীকালত নিজ নিজ কৰ্মসংস্হাপনে অতিবাহিত কৰিছিল দুয়ো। পিছে অজয় কলিতাৰ লোভ হৈছিল সহজে ধন ঘটি ধনী হোৱাৰ। কেইজনমান সংগী গোটাই ২০২২ বৰ্ষৰ
Read More...