Breaking

Browsing Tag

Sunita Williams

Sunita Williams : সুনীতা আৰু বুচ উইলমৰেক মহাকাশতে এৰি পৃথিৱী অভিমুখে উভতিল ষ্টাৰলাইনাৰ

সুনীতা আৰু বুচ উইলমৰে কেপচুলত ৫ জুনত মহাকাশ আস্থানৰ বাবে ৰাওনা হৈছিল। কিন্তু নানান কাৰণত তেওঁলোক মহাকাশ আস্থানতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। (Sunita Williams)
Read More...

ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ পুনৰ যাব মহাকাশলৈ…

পুনৰ মহাকাশলৈ যাব ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ। ৭ মে'ত ভাৰতীয় সময় অনুসৰি পুৱা ৮.০৪ বজাত মহাকাশলৈ উৰা মাৰিব সুনীতা উইলিয়ামছ।
Read More...