Breaking

Browsing Tag

TIGER

কুকুৰকে ৰং সানি সজালে বাঘ, পুডুচেৰীত আতংক…

বিয়পি পৰিল আতংক৷ পুডুচেৰীৰ ল'জপেটত বাঘ ওলাইছে৷ খবৰটো বতাহৰ গতিত বিয়পি পৰাৰ লগে লগে ভয়তে পেঁপৱা লাগিল ল'জপেটৰ বাসিন্দাসকল৷ বাঘ ওলোৱাৰ খবৰ পোৱাৰ পিছতে ঘৰৰ বাহিৰত থকা বহুতেই খৰখেদাকৈ নিশা ঘৰৰ ভিতৰত সোমাই দুৱাৰ মাৰি দিছিল৷ মটৰ চাইকেলত অহা দুজন
Read More...

দিল্লীত বাঘ! বাঘৰ আক্ৰমণত আহত পাঁচ জন…

দিল্লীত ওলাল বাঘ। কংক্ৰিটৰ মহানগৰীখনলৈ বাঘ কিদৰে আহিল তাকেলৈ বহুতৰে মাজত ৰহস্যৰ সৃষ্টি হৈছে। সোমবাৰে উত্তৰ-পশ্চিম দিল্লীৰ বুৰাৰীৰ এটা আৱাসিক এলেকাত এটা নাহৰফুটুকী বাঘে প্ৰৱেশ কৰে। ফলত তাত বাসকৰা লোকসকলৰ মাজত আতংকৰ সৃষ্টি হয়। শেহতীয়াকৈ এটা
Read More...

ভাৰতৰ বাঘ সংৰক্ষণৰ পদক্ষেপক বিশ্বৰ ১৬ খন দেশৰ সমৰ্থন, মোদীৰ আহ্বানৰ প্ৰতি বিশ্বৰ সঁহাৰি…

ভাৰতৰ বাঘ জগত বিখ্যাত। বিগ কেট নামেৰে পৰিচিত বিড়াল প্ৰজাতিৰ বাঘৰ সংৰক্ষণৰ বাবে ভাৰততে নানান পদক্ষেপ গ্ৰহণ কৰিছ। সেই ১৬ খন ৰাষ্ট্ৰ হৈছে আৰ্মেনিয়া, বাংলাদেশ, ভূটান, ব্ৰাজিল, কম্বোডিয়া, ইজিপ্ত, ইথিওপিয়া, ইকুৱেডৰ, কেনিয়া, মালয়েছিয়া,
Read More...

পিলভিটত বাঘৰ সন্ত্ৰাসঃ ৬ ঘণ্টা ধৰি উঠি থাকিল কৃষকৰ ঘৰৰ দেৱালত…

উত্তৰ প্ৰদেশৰ পিলিভিটৰ আতকোনা গাঁৱত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে।অৰণ্যৰ পৰা ওলাই অহা এটা বাঘে মঙলবাৰে পুৱাৰে পৰাই গাওঁবাসীক সন্ত্ৰাসিত কৰি তোলে। বাঘটোৱে ছঘণ্টা ধৰি এজন কৃষকৰ ঘৰৰ দেৱালত থিয় হৈ থাকে। বাঘটো চাবলৈ যথেষ্ট ভিৰ হয় । পিলিভিটত
Read More...

দিশাই হওক মোৰ বোৱাৰী!” টাইগাৰ শ্ৰফৰ মাতৃয়ে ব্যক্ত কৰিলে মনৰ হেঁপাহ…

টাইগাৰ শ্ৰফ আজিকালি যথেষ্ট আলোচনাত আছে। ইয়াৰ আগতে, দিশা পাটানিৰ সৈতে বিচ্ছেদৰ বাতৰিটোৱে বজাৰখন গৰম কৰি তুলিছিল। তেতিয়া কৰণ জোহৰৰ চেট শ্ব' কফি উইথ কৰণত কৰা টাইগাৰৰ উন্মোচন শিৰোনামত আছে। দৰাচলতে, শেহতীয়াকৈ টাইগাৰ শ্ৰফ আৰু কৃতি চানন
Read More...

শিৱসাগৰৰ মেজেঙ্গাস্থিত অ’এনজিচিৰ মডেল ষ্টৰত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ

মেজেঙ্গাস্থিত অ'এনজিচিৰ মডেল ষ্টৰত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। অঞ্চলটোত আৰু অধিক বাঘ থকাৰ সন্দেহ স্থানীয় ৰাইজৰ।
Read More...

বিহালীত বাঘৰ আতংকৰ মাজতে অৰ্ধগলিত অৱস্থাত মৃতদেহ উদ্ধাৰ!

বিহালীৰ বিভিন্ন স্থানত এতিয়াও বাঘৰ আতংক অব্যাহত আছে।কিন্তু তাৰ মাজতে বাঘ খেদিবলৈ গৈ নিৰুদ্দেশ হোৱা বিজয় গোৱালা নামৰ লোকজনৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বিহালীত। মঙলবাৰে এখন ব্যক্তিগত চাহ বাগিছাত উদ্ধাৰ হৈছে এই
Read More...