Tag: weather

Browse our exclusive articles!

অহা ২৪ ঘণ্টাত অসমত হ’ব প্ৰবল বৃষ্টিপাত৷ ঠায়ে ঠায়ে প্ৰবল বৃষ্টিপাতৰ আগজাননী…

অহা ২৪ ঘণ্টাত অসমত হ’ব প্ৰবল বৃষ্টিপাত৷ ঠায়ে ঠায়ে প্ৰবল বৃষ্টিপাতৰ আগজাননী৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগজাননী৷ সেয়েহে অহা ২৪ ঘণ্টাৰ বাবে ৰেড এলাৰ্ট...

আগন্তুক তিনি চাৰি দিনলৈ হ’ব ভয়ংকৰ ধুমুহা-বৰষুণ…

ৰাজ্যৰ ঠায়ে ঠায়ে গৰমে দহিছে ৰাইজক। আনফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে লৈছে সংহাৰী ৰূপ। ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক তিনি চাৰি দিনলৈ হ'ব ভয়ংকৰ ধুমুহা-বৰষুণ। অসমৰ...

পুনৰ উৎকট গৰমে দহিব মহানগৰবাসীক ! সৰ্বোচ্চ তাপমাত্ৰা হ’ব ৩৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত…

পুনৰ উৎকট গৰমে দহিব মহানগৰবাসীক ! আজি দিনটোত গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা হ'ব ৩৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত। প্ৰায় এসপ্তাহলৈকে অব্যহত থাকিব গৰম। অৱশ্যে আংশিকভাৱে বতৰ...

অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, পশ্চিম বংগ, ৰাজস্থান, ছিকিম, অন্ধ্ৰ প্ৰদেশত তীব্ৰ বৰষুণৰ সম্ভাৱনা…

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অৰুণাচল প্ৰদেশ, মেঘালয়, পশ্চিম বংগ, ৰাজস্থান, ছিকিম, অন্ধ্ৰ প্ৰদেশত বৰষুণৰ সৈতে প্ৰচণ্ড বতাহৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য...

মুম্বাইত ধাৰাসাৰ অকাল বৰষুণ

মঙলবাৰে মুম্বাইত প্ৰচণ্ড অকাল বৰষুণৰ ফলত চহৰখনৰ উষ্ণতা হ্ৰাস পাইছে। থানে, মীৰা-ভয়ান্দৰ, ভাছাই-বীৰাৰৰ দৰে চহৰতো পুৱা প্ৰচণ্ড বৰষুণ দিয়ে আৰু ভাৰতৰ বতৰ বিজ্ঞান বিভাগে...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img