Tag: won

Browse our exclusive articles!

No posts to display

Popular

Ratan Naval Tata: ভাৰতৰ ৰতনৰ প্ৰস্থান…

আজি শ্ৰী ৰতন টাটাজীৰ(Ratan Naval Tata) মৃত্যুৰ এমাহ পূৰ্ণ হ'ল। যোৱা মাহৰ আজিৰ দিনটোতে, যেতিয়া মই তেওঁৰ মৃত্যুৰ খবৰ পাইছিলো, মই সেই সময়ত আছিয়ান সন্মিলনলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাই আছিলো।

Majuli । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ মাজুলীৰ

সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে (Majuli) । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ মাজুলী জিলা সমিতিৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান‌ অংশ হিচাবে আজি মাজুলীৰ‌ ৰাজগুৰুবাৰী প্ৰাথমিক বিদ্যালয়ত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত ভাষা গৌৰৱ সপ্তাহৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়। মাজুলী জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ সম্পাদক শংকুসিদ্ধ নাথে আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰে মাজুলী জিলা যুৱ -ছাত্ৰ পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞাই ।

Red Meat: সাৱধান! ৰঙা মাংস বেছিকৈ খায় নেকি? ৰেডমিটৰ আছে বহু অপকাৰ

সময়ৰ লগে লগে আমাৰ খাদ্যাভ্যাস সলনি হয় যাৰ ফলত হাড়ৰ দুৰ্বলতা, ডায়েবেটিছ, মেদবহুলতা হয়।(Red Meat) ইয়াৰ আঁৰৰ এটা মূল কাৰণ হ’ল ৰঙা মাংস অত্যধিক গ্ৰহণ কৰা।

Deepika Padukone: দুমহীয়া কন্যা সন্তানৰ সৈতে প্ৰথমবাৰৰ বাবে দেখা গ’ল মাতৃ দীপিকা পাডুকনক

দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে প্ৰথমবাৰৰ বাবে দীপাৱলী উপলক্ষে কন্যাৰ ফটো শ্বেয়াৰ কৰে। লগতে নামটোও প্ৰকাশ কৰিলে। তেওঁ ক’লে যে তেওঁ নিজৰ কন্যাৰ নাম ৰাখিছে দোৱা। যাৰ অৰ্থ হৈছে প্ৰাৰ্থনা।(Deepika Padukone)

Subscribe

spot_imgspot_img