Breaking

শিৱসাগৰত স্বাধীনতা দিৱস বৰ্জন কৰি প্ৰতিবাদত বহিল টাইপা

0 18

শিৱসাগৰত স্বাধীনতা দিৱস বৰ্জন কৰি প্ৰতিবাদত বহিল টাইপা।

৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ উলহ মালহৰ মাজতে টাইপাৰ প্ৰতিবাদ।

আহোম জনগোষ্ঠীৰ জনজাতিকৰনৰ প্ৰতিশ্ৰুতি পূৰন নকৰাৰ বাবে শিৱসাগৰত উত্তাল প্ৰতিবাদ টাইপাৰ।

চৰকাৰে যদি জনজাতিকৰনৰ মৰ্য্যদা প্ৰদান নকৰে তেনেহ’লে”NO ST NO VOTE”ৰ হুংকাৰ টাইপাৰ।

বিজেপিক উৎখাত কৰাৰ হুংকাৰ টাইপাৰ।

টাই আহোম জনগোষ্ঠীক ভৈয়াম অনুসূচিত মৰ্য্যদা প্ৰদান আৰু টাই আহোমৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ দাবীৰে প্ৰতিকূল বতৰকো নেঁওচি সংঠনটোৰ প্ৰতিবাদ সাব্যস্থ।

Leave A Reply

Your email address will not be published.