Breaking

কামপুৰত সংঘটিত পথ দুৰ্ঘটনাত শিক্ষক গুণকান্ত বৰাৰ মৃত্যু…

0 16

কামপুৰত সংঘটিত পথ দুৰ্ঘটনাত গুণকান্ত বৰা নামৰ শিক্ষকৰ মৃত্যু। বকুলগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃ শিক্ষক আছিল গুনকান্ত বৰা ।

কামপুৰ থানাৰ অন্তৰ্গত বকুলগুৰী তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনা। বাইক আৰু এখন টাটা ম’বাইলৰে হৈছিল মুখামুখি সংঘৰ্ষ।

চিকিৎসাধীন অৱস্থাত মৃত্যু হয় শিক্ষক গুণকান্ত বৰাৰ ।শিক্ষক জনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰিছে।

Leave A Reply

Your email address will not be published.