Teacher’s Transfer Portal: মুকলি হ’ল শিক্ষক বদলিকৰণ পর্টেল

পুনৰ মুকলি হ’ল শিক্ষক বদলিকৰণ পর্টেল।(Teacher’s Transfer Portal)

কাইলৈৰ পৰা শিক্ষকসকলে আন্তঃজিলা বদলিকৰণৰ বাবে কৰিব পাৰিব আৱেদন।

৩০ এপ্রিল হ’ব আৱেদনৰ অন্তিম সময়সীমা।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মুকলি কৰে শিক্ষক বদলিকৰণ পর্টেল।

গ্রীষ্ম বন্ধত শিক্ষক বদলিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব শিক্ষা বিভাগে।

চাকৰি কৰা ১০ বছৰ হোৱাসকলক দিয়া হ’ব অগ্ৰাধিকাৰ।

দিব্যংগসকলৰ ২ বছৰ হ’লেই লাভ কৰিব অগ্ৰাধিকাৰ।

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ এই ঘোষণা।

Related Articles