Breaking

বুধবাৰে বিশ্বকাপ ট্ৰফীৰ সৈতে ভাৰতত উপস্থিত হ’ব টীম ইণ্ডিয়া…

0 20

বুধবাৰে বিশ্বকাপ ট্ৰফীৰ সৈতে ভাৰতত উপস্থিত হ’ব টীম ইণ্ডিয়া।

প্ৰতিকূল বতৰৰ মাজতেই বাৰ্বাডোছ ত্যাগ কৰিব টীম ইণ্ডিয়াই।

বুধবাৰে দিল্লীত অৱতৰণ কৰিব খেলুৱৈসকল।

বিগত দুদিন ধৰি বাৰ্বাডোছৰ হোটেলত আৱদ্ধ হৈ আছে খেলুৱৈসকল।

অৱশেষত কাইলৈ গৃহভূমিত উপস্থিত হ’ব টীম ইণ্ডিয়া।

Leave A Reply