Breaking

T20 বিশ্বকাপৰ দ্বিতীয়খন SUPER-8ত বাংলাদেশক পৰাস্ত টীম ইণ্ডিয়াৰ…

0 18

T20 বিশ্বকাপত টীম ইণ্ডিয়াৰ জয়যাত্ৰা অব্যাহত।

দ্বিতীয়খন SUPER 8ত টীম ইণ্ডিয়াৰ জয়লাভ।

বাংলাদেশৰ বিৰুদ্ধে ৫০ ৰানত জয়ী ভাৰত।

বাংলাদেশক ১৯৭ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে।

বাংলাদেশে ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৪৬ ৰান।

Leave A Reply