Breaking

বৰপেটাৰ ভৱানীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ! তীব্ৰবেগী বাহনে মহটিয়াই নিলে এজন লোকক…

0 165

বৰপেটাৰ ভৱানীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনে মহটিয়াই নিলে এজন লোকক।

থিতাতে নিহত মাহতলিৰ হৃদয় দাস নামৰ লোকজন।

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ কৰ্মচাৰী আছিল হৃদয় দাস। পথ অতিক্ৰম কৰিবলৈ লওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা।

All reactions:

Leave A Reply

Your email address will not be published.