Breaking

ভয়ংকৰ!ইউক্ৰেইনত ৰাছিয়াৰ ৫০০ কেজি ওজনৰ বোমা আহি পৰিল।

0 2,042

ইউক্ৰেইনত যুদ্ধ পৰিস্থিতি ভয়াবহ হৈ পৰিছে। ৰাছিয়াই সাময়িক যুদ্ধ বিৰতি ঘোষণা কৰিছে যদিও কোনো ভৰসা নাই ইউক্ৰেইনৰ সাধাৰণ লোকৰ।এনে পৰিস্থিতিৰ মাজতে এখন বোমাৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।ছছিয়েল মিডিয়াত এই ফটোখন শ্বেয়াৰ কৰিছে শ্বেয়াৰ কৰিছে ইউক্ৰেইনৰ বিদেশমন্ত্ৰী দিমিত্ৰ কুলেবাই।৫০০ কেজি ওজনৰ এই ৰাছিয়ান বোমা পৰিছে উত্তৰ ইউক্ৰেইনৰ চেৰনিহিভত। কিন্তু এই বোমা বিস্ফোৰিত নহ’ল। সেই বোমাৰ ফটো এতিয়া ভাইৰেল হৈ পৰিছে ছছিয়েল মিডিয়াত।

Leave A Reply

Your email address will not be published.