Breaking

দুমুনীচকীত ভয়ংকৰ চুৰিকাণ্ড! মোবাইল ফোনসহ সোণৰ আ-অলংকাৰ লুটি নিলে চোৰে…

0 17

নিশা ছিপাঝাৰৰ দুমুনীচকীত ভয়ংকৰ চুৰিকাণ্ড।

গাঁৱখনৰ পিয়াৰ আব্দুল আজিজ নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড।

নিশা চোৰে দুটাকৈ আলমিৰা ভাঙি নগদ ধন, মোবাইল ফোন; সোণৰ আ-অলংকাৰ লুটি নিয়ে।

আনকি লোকজনৰ বাসগৃহৰ আন বহু সামগ্ৰী বিনষ্ট কৰি থৈ যায় চোৰৰ দলটোৱে।

ঘটনাক লৈ ভুক্তভোগী পৰিয়ালে ছিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

Leave A Reply

Your email address will not be published.