Breaking

পুনৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা! পশ্চিমবংগৰ বাংকুৰাত দুখন মালবাহী ট্ৰেইনৰ সংঘৰ্ষ। বাগৰি পৰে ১২ টাকৈ দবা…

0 63

পুনৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা! পশ্চিমবংগৰ বাংকুৰাত দুখন মালবাহী ট্ৰেইনৰ সংঘৰ্ষ। বাগৰি পৰে ১২ টাকৈ দবা।
দেওবাৰে পশ্চিম বংগৰ বাংকুৰা জিলাত দুখন মালবাহী ট্ৰেইনৰ মাজত সংঘৰ্ষ হয়। দুৰ্ঘটনাটোৰ ফলত কেইবাটাও দবা ৰে’লপথৰ পৰা ওলাই যায়।


২৫ জুনত পশ্চিম বংগৰ বাংকুৰা জিলাৰ ওণ্ডাত আন এখন ৰখাই থোৱা মালবাহী ৰে’লৰ সৈতে আন এখন মালবাহী ৰে’লৰ।


এই দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই বুলি দক্ষিণ-পূব ৰে’লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

এই দুৰ্ঘটনাৰ বাবেই খড়গপুৰ-বাংকুৰা-আদ্ৰা লাইনত ৰে’ল চলাচল বন্ধ হৈ পৰিছে।

দুৰ্ঘটনাটোৰ কাৰণ আৰু দুয়োখন ৰে’লৰ সংঘৰ্ষ কেনেদৰে তদন্তৰ পিছতহে স্পষ্ট হ’ব বুলি সুৰক্ষা বিষয়া দিবাকৰ মাঝিয়ে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.