Breaking

ভোটাৰ ৰাইজলৈ ধন্যবাদ জ্ঞাপন সৰ্বানন্দ সোনোৱালৰ…

0 26

মাৰ্ঘেৰিটাত উপস্থিত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোনোৱালৰ।

মাৰ্ঘেৰিটাত উপস্থিত হৈ সৰ্বানন্দ সোনোৱালে ধন্যবাদ জ্ঞাপন কৰে ভোটাৰ ৰাইজলৈ।

মাৰ্ঘেৰিটাত এনেদৰে মন্তব্য কৰে বিজেপিৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

মাৰ্ঘেৰিটা ৮৩ নং বিধানসভা সমষ্টিত তৃতীয় ৰাউণ্ডৰ ফলাফল অনুসৰিঃ

আপ -1711
বিজেপি -4526
এজেপি -2665
তৃতীয় ৰাউণ্ডৰ অন্তত মাৰ্ঘেৰিটাত বিজেপিৰ পাৰ্থী সৰ্বানন্দ সোনোৱাল মুঠ – 1896 ভোটত অগ্ৰগতি।

Leave A Reply

Your email address will not be published.