Breaking

ৰাজ্যসভাত শুকুৰবাৰে নামাজৰ বাবে দিয়া ৩০ মিনিটৰ বিৰতিৰ পৰিসমাপ্তি

0 41

ৰাজ্যসভাত শুকুৰবাৰে নামাজৰ বাবে দিয়া অতিৰিক্ত ৩০ মিনিটৰ বিৰতি আঁতৰাই দিলে জগদীপ ধনখড়ে।
নিয়ম সলনি কৰিলে।
এতিয়াৰে পৰা নামাজৰ বাবে ৩০ মিনিটৰ বিৰতি সমাপ্ত।
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সলনি কৰিলে ৰাজ্যসভাৰ প্ৰচলিত এই নিয়ম।


অধিৱেশনৰ সময়ত সদন এৰি নামাজ পঢ়িবলৈ যাব নোৱাৰিব সদস্যসকলে ।
পূৰ্বে শুকুৰবাৰে ২ বজাৰ পৰিৱৰ্তে ২.৩০ বজাৰ পৰা পুনৰ বহিছিল ৰাজ্যসভা।

Leave A Reply

Your email address will not be published.