Breaking

দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…

0 22

দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন। দুদিনীয়াকৈ ১৬ আৰু ১৭ মে’ত অনুষ্ঠিত হ’ল এই প্ৰতিষ্ঠা দিৱস।

প্ৰথম দিনা অথাৎ ১৬মে’ বৃহস্পতিবাৰে পুৱা পতাকা উত্তোলন,দিহানাম পৰিৱেশন,ফেচন প্ৰতিযোগিতা,কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছতেই ১৭মে’শুক্ৰবাৰে অনুষ্ঠিত হয়

আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা আধুনিক গীতৰ প্ৰতিযোগিতা,দলীয় নৃত্য,বিহু প্ৰদৰ্শন,কৃতী ছাত্ৰ-ছাত্ৰী তথা সংবাদসেৱী সকলক সম্বৰ্ধনা আদি।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

Leave A Reply

Your email address will not be published.