Breaking

গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…

0 30

গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক আক্রমণৰ ঘটনা ।
নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ সংঘটিত ।


আক্ৰমণত আহত সহকাৰী আয়ুক্ত দীপাংকৰ দাস ।
হাতীগাঁৱৰ শংকৰ পথত সংঘটিত এই ঘটনা ।


সহকাৰী আয়ুক্তৰ এজাহাৰৰ ভিত্তিত তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ ।
গ্ৰেপ্তাৰ ঋষিৰাজ বৰা, ফাৰুক ইফতিকাৰ লস্কৰ, আলফাজ আলম ।

Leave A Reply

Your email address will not be published.