Breaking

পানী খাওঁতে ভুলতে গিলিলে মৌমাখি, তাৰ পিছত কি হ’ল জানেনে…

0 186

মধ্যপ্ৰদেশত পানী খাই থকা অৱস্থাত এজন ব্যক্তিৰ মৃত্যু হোৱা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। মধ্য প্ৰদেশৰ ভোপালত পানী খাই থকা অৱস্থাত ভুলবশতঃ মৌমাখি গিলি মৃত্যু হয় এজন ২২ বছৰীয়া যুৱক। যুৱকজনৰ জিভা আৰু খাদ্য নলীত মৌমাখিয়ে কামোৰিছিল। শুকুৰবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। ।

এই বিষয়ৰ সন্দৰ্ভত চিকিৎসকে কয় যে পানী খোৱাৰ সময়ত সকলোৱে অত্যন্ত সাৱধান হ’ব লাগে। যদিও এইটো এই ধৰণৰ প্ৰথম ৰোগী।

Leave A Reply

Your email address will not be published.