Breaking

ভক্তৰ সমাগমেৰে উখল-মাখল নীলাচলৰ বুকু! আজি অন্তিম দিন অম্বুবাচী মহাযোগৰ…

0 18

ভক্তৰ সমাগমেৰে উখল-মাখল নীলাচলৰ বুকু।

আজি অম্বুবাচী মেলাৰৰ অন্তিম দিন।

নিশা ৯ বাজি ৭ মিনিটত অম্বুবাচীৰ নিবৃত্তি।

কাইলৈ পুৱা ভক্তৰ বাবে খোলা হ’ব মন্দিৰৰ দুৱাৰ।

Leave A Reply