Breaking

বিপদত বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। মুখ্য ন্যায়াধীশক পদত্যাগৰ দাবী…

0 24

পদত্যাগ কৰিব বাংলাদেশৰ মুখ্য ন্যায়াধীশ ওবাইদুল হাছানে।

উচ্চতম ন্যায়ালয়ৰ চৌহদ ঘেৰাও কৰি ধৰি মুখ্য ন্যায়াধীশগৰাকীক পদত্যাগৰ দাবী।

শতাধিক প্ৰতিবাদকাৰীৰ দাবীৰ পাছতেই এই সিদ্ধান্ত মুখ্য ন্যায়াধীশগৰাকীৰ।

Leave A Reply

Your email address will not be published.