Breaking

মুখ্যমন্ত্ৰীয়ে আজিলৈ মোৰ কোনো খবৰ লোৱা নাই…

0 141

মুখ্যমন্ত্ৰীয়ে আজিলৈ মোৰ কোনো খবৰ লোৱা নাই, কোনো কথাও পতা নাই। জোনমনিৰ মৃত্যুৰ প্ৰমাণ পত্ৰ আজিলৈ নাপালো। সত্য বিচাৰ আজিলৈ নাপালো। আশা নোহোৱা হ’ল, ৪/৫ মাহৰ পিছত ম’বাইল ওলাল। চিবিআই তদন্ত আশা কৰি আছো। কিন্তু কি হয় নাজানো। মানুহে মোক সুধে মুখ্যমন্ত্ৰীয়ে কথা পাতিছে নেকি বুলি।

মাতৃ সৈতে আছোঁ বুলি কলে, কিন্তু আজিলৈ ফোন নকৰিলে। সংবাদমেলযোগে এই মন্তব্য জোনমনি ৰাভাৰ মাতৃৰ। আৰক্ষী বিভাগৰো এজনো শীৰ্ষ বিষয়াই পৰিয়ালটোৰ খবৰ নোলোৱাৰ অভিযোগ মাতৃৰ।

Leave A Reply

Your email address will not be published.