Breaking

৬ খন ব্যক্তিগত নাৰ্ছাৰীয়ে ২৩ কোটি টকা সৰকোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ মুখ্যমন্ত্ৰীৰ…

0 16

৬ খন ব্যক্তিগত নাৰ্ছাৰীয়ে ২৩ কোটি টকা সৰকোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ–

গছপুলিসমূহ ক্ৰয় কৰাৰ বাবদ নাৰ্ছাৰীসমূহে শ্ৰমৰ মূল্যহে পাইছে। তাত সৰকাই নিয়াৰ কথা নাহে। চৰকাৰক কোনেও বিনামূলীয়াকৈ গছপুলি নিদিয়ে। সেয়ে তেওঁলোকক উচিত মূল্য দিয়া হৈছে।

যোৱাবছৰ সময় কম আছিল। সেয়ে এইবাৰ চৰকাৰে ব্যয় কমাবলৈ নিজাববীয়াকৈ গছপুলি উৎপাদন কৰি ৰোপনৰ বাবে সাজু কৰিছে।

প্ৰতিপালনৰ অভাৱত বহু গছপুলি মৰি যোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দাবী–

প্ৰতিপালনৰ অভাৱত গছপুলি মৰা নাই। অসমীয়া মাতৃসকলে গছপুলি মাৰিব নোৱাৰে।

বাতৰি কৰা সাংবাদিকসকলে আই-মাতৃসকলক প্ৰশ্ন কৰক যে তেওঁলোকে গছপুলি মাৰিব পাৰে জানো?

আইমাতৃসকলে মোক গছপুলিসমূহ জীয়াই আছে বুলি কৈছে। যদি আইমাতৃসকলে অসত্য কৈছে তেন্তে সেয়াই সত্য বুলি মানিব লাগিব। কাৰণ গছপুলিসমূহ চৰকাৰী চৌহদত নহয়, সকলোৱে নিজৰ ঘৰৰ চৌহদত ৰুইছিল।

Leave A Reply

Your email address will not be published.