Breaking

পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাৰতৰ হৈ ধ্বজ্জা বাহক হিচাপে দেখা গ’ল মনু ভাকৰ আৰু পি আৰ শ্ৰীজেশক

0 17

সামৰণি পৰিল পেৰিছ অলিম্পিক ২০২৪।

বৰ্ণাঢ্য কাৰ্যসূচীৰে স্মৰণীয় হৈ পৰিল সামৰণি অনুষ্ঠানটি।

ভাৰতৰ হৈ সামৰণি অনুষ্ঠানত পতাকা বাহক পিআৰ শ্ৰীজেছ।

হকীৰ গ’লকীপাৰৰ লগতে মনু ভাকাৰেও পতাকা বহন কৰে।

Leave A Reply

Your email address will not be published.