Breaking

ধেমাজিত সাংবাদিক উমেশ চেতিয়াক সম্বৰ্ধনা ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ

0 33

১১ ফেব্ৰুৱাৰীৰ পৰা ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ঘৰে ঘৰে ‘দৈনন্দিন বাৰ্তা’, ‘দ্য আছাম ৰাইজিং’, ‘আলোকপ্ৰভঞ্জন’ আৰু মোবাইলে মোবাইলে ‘ডিবি নিউজ’ অভিযানৰ অংশ হিচাপে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা কাৰ্যসূচী হাতত লোৱা হৈছে।

১১ ফেব্ৰুৱাৰীত ধেমাজিত সাংবাদিক উমেশ চেতিয়াক সম্বৰ্ধনা জনোৱা হয়৷


-জয়ন্ত বৰা, ধেমাজি

Leave A Reply

Your email address will not be published.