Breaking

বাহন চলাচলৰ ক্ষেত্ৰত ধুবুৰী জিলা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিয়ম…

0 100

সমগ্ৰ দেশত বিভিন্ন ধৰণৰ বাহনৰ চলাচলৰ বাবে নিষেধাজ্ঞা জাৰি কৰাৰ সমান্তৰালকৈ ধুবুৰী জিলা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিয়ম।

১.ৰাষ্ট্ৰীয় ঘাইপথত সন্ধিয়া ৫.৩০ বজাৰ পৰা পুৱা ৮.৩০ বজালৈ ই-ৰিক্সাৰ চলাচল নিষিদ্ধ।

২.ৰাষ্ট্ৰীয় ঘাইপথ আৰু অন্যান্য ৰাজ্যিক পথত সন্ধিয়া ৫.০০ বজাৰ পৰা পুৱা ৭.০০ বজালৈ ডাম্পাৰ,ট্ৰেক্টৰৰ চলাচল নিষিদ্ধ।

৩.ৰাষ্ট্ৰীয় ঘাইপথ আৰু অন্যান্য ৰাজ্যিক পথৰ পথৰ কাষত, নিৰ্দিষ্ট পাৰ্কিং স্থানৰ বাহিৰে ধাবা, হোটেল, ৰিজৰ্টৰ সন্মুখত গধুৰ বাহনকে ধৰি সকলো ধৰণৰ বাহন পাৰ্কিং কৰাটো কঠোৰভাৱে নিষিদ্ধ।

Leave A Reply

Your email address will not be published.