খোল খালে শক্তিপীঠ কামাখ্যাৰ দুৱাৰ, মাৰ আশিস ল’বলৈ ভক্ত, সাধু-সন্ন্যাসীৰ ভিৰ…

নিবৃত্তিৰ লগে লগে খোল খালে শক্তিপীঠ কামাখ্যাৰ দুৱাৰ।

মঙলবাৰে নিশা ৯ বাজি ৫ মিনিটত হয় অম্বুবাচীৰ নিবৃত্তি।

আজি খোল খালে শক্তিপীঠ কামাখ্যাৰ দুৱাৰ।

মা কামাখ্যাত ভক্ত, সাধু-সন্ন্যাসীৰ ভিৰ।

কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই।

Related Articles